ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ নতুন লেফ. গৱৰ্নৰ হিচাপে মনোজ সিনহাৰ শপত গ্ৰহণ

author img

By

Published : Aug 7, 2020, 4:28 PM IST

জম্মুৰ ৰাজ ভৱনত জম্মু-কাশ্মীৰৰ মুখ্য ন্যায়ধীষ গীতা মিত্ৰলে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰ পদত মনোজ সিনহাক শপত বাক্য পাঠ কৰোৱায় ৷

Manoj Sinha takes oath as new LG of Jammu and Kashmir
জম্মু-কাশ্মীৰৰ নতুন লেফ. গৱৰ্নৰ হিচাপে মনোজ সিনহাৰ শপত গ্ৰহণ

নিউজ ডেস্ক,7 আগষ্টঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাই জম্মু-কাশ্মীৰৰ নতুন লেফ. গৱৰ্নৰ হিচাপে শপত গ্ৰহণ কৰে ৷ তেওঁ প্ৰথমগৰাকী ৰাজনৈতিক নেতা যি জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত এলেকাৰ গৱৰ্নৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷ 61 বছৰীয়া মনোজ সিনহাই বহুবছৰ জনসাধাৰণৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ সাধাৰণ লোকৰ লগত দীৰ্ঘ সময় ধৰি তেওঁ সম্পৰ্ক বৰ্তাই ৰাখিছে ৷

তেওঁক জম্মুৰ ৰাজ ভৱনত জম্মু-কাশ্মীৰৰ মুখ্য ন্যায়ধীষ গীতা মিত্ৰলে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰ পদৰ শপত বাক্য পাঠ কৰোৱায় ৷ মনোজ সিনহা প্ৰাক্তন আই এ এছ বিষয়া গিৰিশ চন্দ মুৰ্মুৰ স্থানত নিযুক্ত দিয়া হৈছে ৷ গিৰিশ চন্দ মুৰ্মুয়ে বুধবাৰে লেফ. গৱৰ্নৰ পদৰ পৰা পদত্যাগ কৰিছিল আৰু বৃহস্পতিবাৰে তেওঁক দেশৰ পৰৱৰ্তী কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে নিযুক্ত দিয়া হৈছে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লাহোৱালত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.