ETV Bharat / bharat

প্ৰসংগ কৰ'ণা ভাইৰাছঃ ৰাজ্যৰ বাস্তৱিক ছবিখন তুলি ধৰাৰ পৰা বিৰত আছে মমতা বেনাৰ্জী- বাবুল চুপ্ৰিঅ' - বিজেপি

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তথা মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ কৰ'ণা ভাইৰাছৰ পৰিস্থিতি চম্ভলাৰ পদ্ধতি লজ্জাজনক বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল চুপ্ৰিঅ'ৰ । লগতে মমতা বেনাৰ্জীয়ে কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ বাস্তৱিক ছবিখন জনসাধৰণৰ আগত তুলি ধৰা নাই বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ।

মমতা বেনাৰ্জী
কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ বাস্তৱিক ছবিখন তুলি ধৰাৰ পৰা বিৰত আছে মমতা বেনাৰ্জীঃ বাবুল চুপ্ৰিয়ো
author img

By

Published : Apr 26, 2020, 8:20 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ বাস্তৱিক ছবিখন জনসাধৰণৰ আগত তুলি ধৰা নাই বুলি অভিযোগ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল চুপ্ৰিঅ'ৰ । দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী গৰকীয়ে ।

মন্ত্ৰী গৰাকীয়ে কয়,মমতা বেনাৰ্জীৰ নেতৃত্বধীন চৰকাৰে ৰাজ্যৰ কৰ'ণা ভাইৰাছৰ পৰিস্থিতি চম্ভালাৰ পদ্ধতি লজ্জাজনক । কেন্দ্ৰ চৰকাৰৰ সহায়,ব্যক্তিগত সুৰক্ষাৰ সামগ্ৰী আৰু মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ কৰাৰ বাবে লোৱা পুঁজি সন্দৰ্ভত পশ্চিমবংগৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগত মিছা মাতি আহিছে ।

বাবুল চুপ্ৰিঅ'ই পশ্চিম বংগৰ বিজেপিৰ সাংসদ তথা বিজেপি দলৰ অন্য় নেতাসলকৰ লগত একত্ৰিত হৈ COVID-19 সন্দৰ্ভত পশ্চিমবংগৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰদৰ্শন কৰে ।

মমতা বেনাৰ্জী
কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ বাস্তৱিক ছবিখন তুলি ধৰাৰ পৰা বিৰত আছে মমতা বেনাৰ্জীঃ বাবুল চুপ্ৰিয়ো

আনহাতে,এগৰাকী বিজেপি নেতাৰ ভাষ্য অনুসৰি,যি সময়ত দেশক লক ডাউনৰ পৰা মুক্ত কৰিবৰ কাৰণে অন্য ৰাজ্যৰ মুখ্য়মন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলিত হৈ কাম কৰি আছে,তেনে সময়ত পশ্চিম বংগত কৰ'ণা ভাইৰাছত আক্ৰান্ত চিকিৎসকৰ সংখ্যা বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে ।

লগতে চাওকঃ লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত নলবাৰীৰ দুই ষ্ট্ৰবেৰী খেতিয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.