নিউজ ডেস্ক,16 মাৰ্চ : চকীদাৰৰ ৰূপত শাসনৰ গাদীত উপবিষ্ট হোৱাৰ মানসিকতাৰে পুনৰ আহিছে মোডী৷ এইবাৰ মুকলি হ'ল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত৷ 'হা মে ভী চৌকিদাৰ হু' শীৰ্ষক গীতেৰে নিৰ্বাচনী প্ৰচাৰৰ 'কিক ষ্টাৰ্ট' কৰিলে মোডীয়ে৷
'হা মে ভী চৌকিদাৰ হু'- বুকু ফিন্দাই আহিছে মোডী
মুকলি হ'ল বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত ৷
etv bharat
নিউজ ডেস্ক,16 মাৰ্চ : চকীদাৰৰ ৰূপত শাসনৰ গাদীত উপবিষ্ট হোৱাৰ মানসিকতাৰে পুনৰ আহিছে মোডী৷ এইবাৰ মুকলি হ'ল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত৷ 'হা মে ভী চৌকিদাৰ হু' শীৰ্ষক গীতেৰে নিৰ্বাচনী প্ৰচাৰৰ 'কিক ষ্টাৰ্ট' কৰিলে মোডীয়ে৷
'main bhi chowkidar' : pm launches election campaign with this song
'হা মে ভী চৌকিদাৰ হু'- বুকু ফিন্দাই আহিছে মোডী
চকীদাৰৰ ৰূপত শাসনৰ গাদীত উপবিষ্ট হোৱাৰ মানসিকতাৰে পুনৰ আহিছে মোডী৷ এইবাৰ মুকলি হ'ল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত৷ 'হা মে ভী চৌকিদাৰ হু' শীৰ্ষক গীতেৰে নিৰ্বাচনী প্ৰচাৰৰ 'কিক ষ্টাৰ্ট' কৰিলে মোডীয়ে৷