ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ নিহত 10

author img

By

Published : Aug 8, 2019, 6:46 PM IST

মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ চাংলি জিলাত এখন উদ্ধাৰকাৰী নাৱত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীৰ অভিযান অব্যাহত আছে ৷

মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত ভয়ংকৰ নাঁও দুৰ্ঘটনাঃ 10গৰাকী নিহত

নিউজ ডেস্ক, 8 আগষ্টঃ মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত এখন উদ্ধাৰকাৰী নাও দুৰ্ঘটনাত পতিত হয় ৷ ৰাজ্যখনত বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে সংঘটিত হয় নাও দুৰ্ঘটনাটো ৷ ৰাজ্যখনৰ চাংলি জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত এখন উদ্ধাৰকাৰী নাও পানীত ডুব যোৱাৰ ফলত নিহত হয় 10গৰাকী লোক ৷ নাওখনত সৰ্বমুঠ 30গৰাকী ব্যক্তি আছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ 15 গৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে ৷ কোলহাপুৰ আৰু চাংলিৰ মাজত বৰ্তমানেও উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷

Etv Bharat Assam
মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ 10গৰাকী নিহত

উল্লেখ্য যে, মহাৰাষ্ট্ৰত সংঘটিত হোৱা ভয়ংকৰ বানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ ৰাজ্যখন নৌ-সেনা, বায়ুসেনা, স্থলসেনাৰ লগতে এনডিআৰএফ বাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷ বৰ্তমান সময়লৈ কোলহাপুৰ আৰু চাংলি জিলাৰ পৰা ক্ৰমে 3000 আৰু 2900 গৰাকী লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷

Intro:Body:

মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত ভয়ংকৰ নাঁও দুৰ্ঘটনাঃ 10গৰাকী নিহত 

মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত সংঘটিত হয় এক নাঁও দুৰ্ঘটনা ৷ চাংলি জিলাত এখন উদ্ধাৰকাৰী নাঁওত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীৰ অভিযান অব্যাহত আছে ৷  

নিউজ ডেস্ক, 8 আগষ্টঃ মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীত এখন উদ্ধাৰকাৰী নাঁও দুৰ্ঘটনাত পতিত হয় ৷ ৰাজ্যখনত বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে সংঘটিত হয় নাঁও দুৰ্ঘটনাটো ৷ ৰাজ্যখনৰ চাংলি জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত এখন উদ্ধাৰকাৰী নাঁও পানীত ডুব যোৱাৰ ফলত নিহত হয় 10গৰাকী লোক ৷ নাঁওখনত সৰ্বমুঠ 30গৰাকী ব্যক্তি আছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ 15 গৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে ৷ কোলহাপুৰ আৰু চাংলিৰ মাজত বৰ্তমানেও উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ 

উল্লেখ্য যে, মহাৰাষ্ট্ৰত সংঘটিত হোৱা ভয়ংকৰ বানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ ৰাজ্যখন নৌ-সেনা, বায়ুসেনা, স্থলসেনাৰ লগতে এনডিআৰএফ বাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷ বৰ্তমান সময়লৈ কোলহাপুৰ আৰু চাংলি জিলাৰ পৰা ক্ৰমে 3000 আৰু 2900 গৰাকী লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.