ETV Bharat / bharat

ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

author img

By

Published : Nov 18, 2019, 2:42 PM IST

সোমবাৰে বিয়লি চাৰি বজাত কংগ্ৰেছৰ অন্তবৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব এন চি পি নেতা শাৰদ পাৱাৰে ৷ বৈঠকৰ পূৰ্বে এন চি পি নেতা শাৰদ পাৱাৰৰ মন্তব্য-বিগত নিৰ্বাচনত কংগ্ৰেছ-এন চি পি আৰু বিজেপি-শিৱসেনাই একগোট হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ সেয়ে শিৱসেনাই নিজেই নিজৰ পথ বাছি লওক ৷

ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

নিউজ ডেস্ক, 18 নৱেম্বৰঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ সোমবাৰে কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব এন চি নেতা শাৰদ পাৱাৰে ৷ সোমবাৰে বিয়লি 4 বজাত বৈঠকত বহিব দুয়োটা দলৰ নেতৃত্বই ৷ দেওবাৰে এন চি পিৰ নেতা শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত দলটোৰ কাৰ্যবাহী কমিটিৰ বৈঠকৰ পাচতেই এই কথা সদৰি কৰিছিল দলটোৰ মুখপাত্ৰ নৱাব মালিকে ৷

সোমবাৰে বৈঠকৰ পূৰ্বে এন চি পিৰ নেতা শাৰদ পাৱাৰে মন্তব্য কৰে যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এন চি পি আৰু বিজেপি-শিৱসেনাই একগোট হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ সেয়ে শিৱসেনাই নিজেই নিজৰ পথ বাছি লওক ৷

লগতে পঢ়কঃ আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

ইপিনে, এন চি পিৰ মুখপাত্ৰ নৱাব মালিকে কয় যে সোমবাৰে বিয়লি ছোনিয়া গান্ধীক সাক্ষাতৰ পাচতেই চৰকাৰ গঠনৰ বিষয়ে যিকোনো এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

Intro:Body:

SARAD POWER MEETS SONIA GANDHI LATER TODAY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.