ETV Bharat / bharat

প্ৰাক্তন বিজেপি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

মহাৰাষ্ট্ৰত ধৰ্ষণৰ অভিযোগ প্ৰাক্তন বিজেপি বিধায়কৰ লগতে এজন লোকৰ বিৰুদ্ধে ৷ দুদিন পূৰ্বে ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই গোচৰ ৰুজু ৷

Maha: Ex-BJP MLA booked for rape of Mira-Bhayandar corporator, প্ৰাক্তন বিজেপি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ
প্ৰাক্তন বিজেপি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ
author img

By

Published : Feb 28, 2020, 2:00 PM IST

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাৰ মিৰা-ভায়ানডাৰৰ এগৰাকী মহিলাক ধৰ্ষণ আৰু শাৰিৰীক নিৰ্যাতন কৰাৰ বিৰুদ্ধে প্ৰাক্তন বিজেপি বিধায়ক নৰেন্দ্ৰ মেহতা সহিতে এজন লোকৰ বিৰুদ্ধে গোচৰ ৷ ইতিমধ্যে প্ৰাক্তন বিজেপি বিধায়ক আৰু সঞ্জয় ঠাকুৰৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে ৷ তিনিপূৰ্বেই বিজেপিৰ পৰা নৰেন্দ্ৰ মেহতাই অনানুষ্ঠানিক ভাৱে পদত্যাগ কৰে বুলি মিৰা-ভায়ানডাৰ পুলিছে জানিবলৈ দিয়ে ৷ বৰ্তমানলৈকে কোনো লোকক এই সন্দৰ্ভত আটক কৰা হোৱা নাই ৷

নৰেন্দ্ৰ মেহতা

দুদিন পূৰ্বে এগৰাকী নগৰ সেৱিকাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল ৷ য’ত উৎপীড়ন আৰু দুৰ্ব্যৱহাৰ কথা উল্লেখ কৰিছিল এগৰাকী মহিলাই ৷ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি 1999 ৰ পৰাই মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলাই থকাৰ লগতে পৰিয়ালৰ লোকক ভাবুকি প্ৰদান কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ মেহটা আৰু সঞ্জয়ৰ বিৰুদ্ধে ধাৰা 376 (ধৰ্ষণ), ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন সূচী আৰু অনুসূচিত জাতি-জনজাতি (অত্যাচাৰৰ নিবাৰণ) অধিনিময়ৰ 1989 অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.