ETV Bharat / bharat

ৰাজস্থানৰ ১১,৬০৯১ হেক্টৰ কৃষিভূমি নিয়ন্ত্ৰণ কৰা হয় ফৰিং আক্ৰমণৰ পৰা

author img

By

Published : Jun 8, 2020, 2:47 PM IST

দেওবাৰে ৰাজস্থানৰ কৃষি বিভাগে সদৰী কৰা অনুসৰি ৰাজ্যখনৰ ৩৮৩ টা অঞ্চলত মুঠ ১১,৬০৯১ হেক্টৰ কৃষিভূমি ফৰিং আক্ৰমণৰ পৰা নিয়ন্ত্ৰণ কৰে ।

ৰাজস্থান
ৰাজস্থানৰ ১১,৬০৯১ হেক্টৰ কৃষিভূমি নিয়ন্ত্ৰণ কৰা হয় ফৰিং আক্ৰমণৰ পৰা

নিউজ ডেস্ক, ৮ জুনঃ ৰাজস্থান চৰাকৰৰ কৃষি বিভাগে দেওবাৰে ৰাজ্যখনৰ ৩৮৩ টা ভিন্ন ঠাইৰ মুঠ ১৪,৮০৮৫৮ হেক্টৰ মাটিৰ ১১,৬০৯১ হেক্টৰ কৃষিভূমি ফৰিং আক্ৰমণৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি সদৰী কৰে ।

কৃষি বিভাগৰ তথ্য অনুসৰি, ৰাজস্থানৰ জেছলেমৰ আৰু শ্ৰীগংগানগৰ জিলাত বিগত ১১ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বৃহৎ ফৰিঙৰ জাক দেখাৰ বিপৰীতে ৩০ মে'ত অন্তিম বাৰৰ বাবে অলৱৰ জিলাত দেখা গৈছিল বুলি সদৰী কৰে ।

লগতে কৃষি বিভাগে সদৰী কৰে যে, ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ১২০ খন বাহন নজৰ ৰাখিবলৈ, ৪৫ খন বাহন আৰু ৮০০ হেক্টৰ মাটিৰ চলিব পৰা টেক্টৰ স্প্ৰেয়াৰ নিয়োগ কৰা হৈছে । তাৰোপৰি কৃষি বিভাগে ফৰিং আক্ৰমণৰ পৰা নিয়ন্ত্ৰণ পাবলৈ ১৫ কোটি টকা আবণ্টন দিয়া হৈছে বুলি সদৰী কৰে ।

লগতে চাওকঃ টীয়কত আশাকৰ্মীক দুৰ্ব্যৱহাৰ কৰা যুৱ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.