ETV Bharat / bharat

প্ৰসংগ-হাথৰস কাণ্ডঃ 6 অক্টোবৰত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন বামপন্থী তথা কংগ্ৰেছৰ - হাথৰছ কাণ্ড

উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ উপৰিও পশ্চিমবংগটো সঘনাই সংঘটিত হৈ থকা মহিলা ধৰ্ষণকাণ্ড বা হত্যাকাণ্ডৰ আমি সজোৰে বিৰোধিতা কৰা উচিত " বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা আব্দুল মান্নানে ৷

Hathras case
হাথৰছ কাণ্ডঃ
author img

By

Published : Oct 4, 2020, 6:58 PM IST

Updated : Oct 4, 2020, 7:16 PM IST

নিউজ ডেস্ক, 4 অক্টোবৰঃ হাথৰস কাণ্ডৰ বিৰোধিতাৰে 6 অক্টোবৰত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিব কংগ্ৰেছ তথা বামপন্থীসকলে ৷ কলিকতাত হাথৰস ধৰ্ষণ কাণ্ডৰ বিৰোধীতাৰে এক বিশাল সমদল আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে বাম মৰ্চাৰ অধ্যক্ষ বিমান বোস তথা কংগ্ৰেছৰ নেতৃত্ব আব্দুল মান্নানে ৷ কলিকতাৰ বিৰোধী সমদল এছপ্লেনেডৰ পৰা আৰম্ভ কৰি পাৰ্ক ষ্ট্ৰীট হৈ লেডী ব্ৰেব'ৰ্নত অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, "উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ উপৰিও পশ্চিমবংগটো সঘনাই সংঘটিত হৈ থকা মহিলা ধৰ্ষণকাণ্ড বা হত্যাকাণ্ডৰ আমি সজোৰে বিৰোধিতা কৰা উচিত " বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা আব্দুল মান্নানে ৷ ইয়াৰোপৰি, শেহতীয়াকৈ পশ্চিম মেদিনীপুৰৰ ঘাটল আৰু দেবৰাটো মহিলা শিশুৰ ওপৰত পৈশাৱিক নিৰ্যতন চলা ঘটনা পোহৰলৈ আহিছে ৷

লগতে পঢ়কঃ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

ইতিমধ্যে শনিবাৰে কলিকতা আৰু হাথৰস কাণ্ডৰ বিৰোধিতাৰে বামপন্থী আৰু কংগ্ৰেছৰ প্ৰায় 1000 কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ লগে লগে বিশ্বব্যাপী প্ৰতিবাদৰ ঢৌ পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, 14 ছেপ্তেম্বৰত এগৰাকী দলিত যুৱতীক চাৰিজন লোকে হাথৰসত ধৰ্ষণ কৰিছিল ৷ ইয়াৰ পাচতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক দিল্লীৰ ছফদৰজং হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু তাতে তেওঁ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

বুধবাৰে পুৱতি নিশাৰ ভাগত পীড়িতাৰ অন্তিম সৎকাৰ কৰা হৈছিল ৷ পৰিয়ালে অভিযোগ কৰা অনুসৰি সেই কাৰ্যত পৰিয়ালক উপস্থিতিত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়কঃ প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ

Last Updated : Oct 4, 2020, 7:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.