ETV Bharat / bharat

লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি দলৰ কোকৰাঝাৰ ভ্ৰমণ - Ladakh union Territory

বিটিচি প্ৰশাসনৰ কাৰ্য প্ৰণালী অধ্যয়নৰ বাবে কোকৰাঝাৰ ভ্ৰমণলৈ আহিছে লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলটো ৷ দলটোৰ প্ৰতিনিধিত্ব কৰিছে লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ যোগাযোগ বিষয়া আৰগেইন নাৰ্বোই ৷

Ladakh union Territory delegates visits kokrajhar
লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি দলৰ কোকৰাঝাৰ ভ্ৰমণ
author img

By

Published : Jan 24, 2020, 10:16 PM IST

নেশ্যনেল ডেক্স,24 জানুৱাৰীঃ লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি দলৰ কোকৰাঝাৰ ভ্ৰমণ ৷ বিটিচি প্ৰশাসনৰ কাৰ্যপ্ৰণালী অধ্যয়নৰ বাবে কোকৰাঝাৰ ভ্ৰমণলৈ আহিছে লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলটো ৷ দলটোৰ প্ৰতিনিধিত্ব কৰিছে লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ যোগাযোগ বিষয়া আৰগেইন নাৰ্বোই ৷ দলটোৰ আন প্ৰতিনিধিসকল হ’ল ৰিনজিন দৰ্জে,থিনলে নাৰ্বো,ষ্টেলিন ছোফেল,ৰিং এঞ্জকক,জিগমেট পালজোৰ ৷

লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধিৰ দলটো
Ladakh union Territory delegates visits kokrajhar
লাডাখ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধিৰ দলটো

প্ৰতিনিধিৰ দলটোৱে কন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,বড়োলেণ্ড বিশ্ববিদ্যালয়,কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়,বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ কবৰস্থানৰ উপৰিও ৰেচম বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় পৰিদৰ্শন কৰে ৷ নাৰ্বোই কয় যে বিটিচি ভ্ৰমণৰ মূল উদ্দেশ্য হ’ল বিটিচিৰ কাৰ্যপ্ৰণালী আৰু প্ৰশাসনীয় কামকাজৰ অধ্যয়ন কৰা ৷ নাৰ্বোই আৰু কয় যে, "আমাৰ লক্ষ্য হ’ল বিটিচিৰ সাহায্য আন্তঃগাঠনি,বাজেট আন্তঃগাঠনি পৰ্যবেক্ষণৰ উপৰিও অঞ্চলটোৰ উন্নয়নৰ কাম কাজৰ পৰ্যবেক্ষণ ৷"

লগতে পঢ়ক-বন্দীত্বৰ ১৯ টা বছৰ, এহাল অসহায় পিতৃ মাতৃ

Intro:Ladakh union Territory delegates visits kokrajhar.
A five-member delegation from Ladakh Union Territory are on exposure visit to Kokrajhar to study the functioning of Bodoland Territorial Council (BTC) administration.

Body:The team is led by liaison officer Ladakh Union Territory administration Urgain Nurboo. The other members in the team includes Rinzin Dorjay, Thinlay Nurboo, Stalin Chophel, Tsring Angchok and Jigmet Paljore.

The delegation visited the Central Institute of Technology (CIT), Bodoland University, Kokrajhar Government College, Bodoland Movement Martyrs’ Cemetery and Joint Directorate of Sericulture.Conclusion:The team also visited Bathou Thanshali, Baganshali. Nurboo saidthe main aim of visiting BTC is to study and understand the functioning of BTC administration.“We aim to understd thefunctioning of BTC like funding structure, budgetary structure, fundraising, mobilization of centrally sponsored schemes and development of the region,” Nurboo added.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.