ETV Bharat / bharat

কেৰালা বানঃ নিহতৰ সংখ্যা 102 লৈ বৃদ্ধি, 59 জন নিখোজ

কেৰালাত হোৱা বানত নিহত লোকৰ সংখ্যা 102 জনলৈ বৃদ্ধি ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰুদিষ্ট হৈ আছে প্ৰায় 59 জন লোক ৷ ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা মলপুৰাম জিলাত নিহত লোকৰ সংখ্যা 31 জনলৈ বৃদ্ধি পাইছে ৷ ৰাজ্যখনত 1,239 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷

কেৰেলা বানঃ নিহতৰ সংখ্যা 102 লৈ বৃদ্ধি, 59 জন নিখোজ
author img

By

Published : Aug 14, 2019, 4:36 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃ 8 আগষ্টৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাত হোৱা বানত নিহত লোকৰ সংখ্যা 102 জনলৈ বৃদ্ধি ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰুদিষ্ট হৈ আছে প্ৰায় 59 জন লোক ৷ ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা মলপুৰাম জিলাত নিহত লোকৰ সংখ্যা 31 জনলৈ বৃদ্ধি পাইছে ৷ ৰাজ্যখনত 1,239 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷

ETV BHARAT ASSAM
কেৰেলা বানঃ নিহতৰ সংখ্যা 102 লৈ বৃদ্ধি, 59 জন নিখোজ
উল্লেখ্য যে, বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা বতৰৰ আগজাননী অনুসৰি আগন্তুক 5 দিনলৈ আকাশ ডাৱৰীয়া হৈ থাকিব আৰু ধুমুহা আৰু বতাহ, বৰষুণৰ সম্ভাৱনা আছে ৷

KERALA FLOODS: DEATH TOLL RISES TO 102, 59 MISSING

কেৰেলা বানঃ নিহতৰ সংখ্যা 102 লৈ বৃদ্ধি, 59 জন নিখোজ

নিউজ ডেস্ক, 14 আগষ্টঃ 8 আগষ্টৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেৰেলাত হোৱা বানত নিহত লোকৰ সংখ্যা 102 জনলৈ বৃদ্ধি ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰুদিষ্ট হৈ আছে প্ৰায় 59 জন লোক ৷ ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা মলপুৰাম জিলাত নিহত লোকৰ সংখ্যা 31 জনলৈ বৃদ্ধি পাইছে ৷ ৰাজ্যখনত 1,239 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷
উল্লেখ্য যে, বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা বতৰৰ আগজাননী অনুসৰি আগন্তুক 5 দিনলৈ আকাশ দাৱৰিয়া হৈ থাকিব আৰু ধুমুহা আৰু বতাহ, বৰষুণৰ সম্ভাৱনা আছে ৷ 
kearain-aug12_rnE9lUh_FOuNKCY_c2uzvOX.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.