ETV Bharat / bharat

কেৰালা বানপানীত নিহত সংখ্যা 67লৈ বৃদ্ধি

দেশৰ অন্যপ্ৰান্তৰ লগতে কেৰালাটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ ৰাজ্যখনত বানপানীৰ ফলত 2 লাখ লোকক আশ্ৰয়গৃহলৈ স্থানান্তৰিত কৰা হয় ৷ বৰ্তমানলৈ ৰাজ্যখনত 67গৰাকী লোক বানৰ ফলত নিহত হৈছে ৷

author img

By

Published : Aug 12, 2019, 12:38 AM IST

কেৰালা বানপানীত নিহত সংখ্যা 67লৈ বৃদ্ধি

নিউজ ডেস্ক, 11 আগষ্টঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে কেৰালাটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চল ইতিমধ্যে প্লাৱিত হোৱাৰ লগতে প্ৰায় 2 লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় ৷ বানৰ কৱলত পৰি ৰাজ্যখনত এতিয়ালৈকে 67গৰাকী লোক নিহত হৈছে ৷ বানৰ বাবেই কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সেৱা বন্ধ কৰি ৰখা হৈছে ৷ উদ্ধাৰকাৰ্যত নিয়োজিত হৈছে স্থলসেনা, বায়ুসেনা, নৌ-সেনাকে ধৰি অৰ্ধসামৰিক বাহিনী আৰু এনডিআৰএফৰ লগতে স্থানীয় প্ৰশাসনৰ লোক ৷ আনহাতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষত হোৱা সংহাৰী বানে ৰাজ্যখনৰ চাৰিশ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কেইবালাখ লোকক গৃহহীন কৰিছিল ৷

Intro:Body:

কেৰালা বানপানীত নিহত সংখ্যা 67লৈ বৃদ্ধি 

দেশৰ অন্যপ্ৰান্তৰ লগতে কেৰালাটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ ৰাজ্যখনত বানপানীৰ ফলত 2লাখ লোকক আশ্ৰয়গৃহলৈ স্থানান্তৰিত কৰা হয় ৷ বৰ্তমানলৈ ৰাজ্যখনত 67গৰাকী লোক বানৰ ফলত নিহত হৈছে ৷ 

নিউজ ডেস্ক, 11 আগষ্টঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে কেৰালাটো বানে ভয়াৱহ ৰূপ ধাৰন কৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চল ইতিমধ্যে প্লাৱিত হোৱাৰ লগতে প্ৰায় 2লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় ৷ বানৰ কৱলত পৰি ৰাজ্যখনত এতিয়ালৈকে 67গৰাকী লোক নিহত হৈছে ৷ বানৰ বাবেই কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সেৱা বন্ধ কৰি ৰখা হৈছে ৷ উদ্ধাৰকাৰ্যত নিয়োজিত হৈছে স্থলসেনা, বায়ুসেনা, নৌ-সেনাকে ধৰি অৰ্ধসামৰিক বাহিনী আৰু এনডিআৰএফৰ লগতে স্থানীয় প্ৰশাসনৰ লোক ৷ আনহাতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষত হোৱা সংহাৰী বানে ৰাজ্যখনৰ চাৰিশ গৰাকী লোকৰ প্ৰান কাঢ়ি নিয়াৰ লগতে কেবালাখ লোকক গৃহহীন কৰিছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.