ETV Bharat / bharat

নিৰ্বাসনৰ জীৱনৰ পৰিসমাপ্তি বিচাৰি চৰকাৰক আহ্বান কাশ্মিৰী পণ্ডিত পৰিয়ালৰ

author img

By

Published : Sep 14, 2020, 5:55 AM IST

কাশ্মিৰী শ্বহীদ পণ্ডিতৰ পৰিয়ালে দেওবাৰে বলিদান দিবস উপলক্ষে নিজৰ আত্মীয়ক সোঁৱৰণ কৰে ৷ নিৰ্বাসনৰ বিকল্প দাবী কৰি প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে তেওঁলোকে ৷

Kashmiri Pandits demand reversal of exile

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ : কাশ্মিৰী পণ্ডিত সকলে নিৰ্বাসনৰ বিকল্প দাবী কৰি প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে ৷ বহুসংখ্যক কাশ্মিৰী শ্বহীদ পণ্ডিতৰ পৰিয়ালে দেওবাৰে বলিদান দিবস উপলক্ষে নিজৰ আত্মীয়ক সোঁৱৰণ কৰে ৷ কাশ্মীৰ, জম্মু, দিল্লী, বাংগালুৰু আদিৰ লগতে কেপ্টাউন, কানাডা আদিৰ পৰাও বহু কাশ্মিৰী পণ্ডিত পৰিয়ালে এখন ৱেবনাৰযোগে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয় ৷

এক প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে কয় যে, প্ৰায় 700 হাজাৰ কাশ্মিৰী পৰিয়ালে তেওঁলোকৰ নিজা ভূমি দাবী কৰিছে ৷ তেওঁলোকে কয় যে, প্ৰায় 5000 বচৰ ধৰি এই ভূমিত তেওঁলোকৰ স্থিতি আছে ৷ নিৰ্বাসন এই প্ৰক্ৰিয়াৰ অৱসান ঘটাবৰ বাবে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : তেজপুৰত ভূৱা MBBS ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.