ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে কৰ্টাৰপুৰ ক'ৰিডৰ - পাকিস্তানস্থিত পাঞ্জাৱৰ নৰোৱাল জিলাৰ গুৰুদ্বাৰ দৰবাৰ চাহিব

কৰ্টাৰপুৰ চাহিব ক'ৰিডৰৰ প্ৰতি থকা ভাৰতৰ আৱেগক বুজি পোৱাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক ধন্যবাদ জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশক কৰ্টাৰপুৰ ক'ৰিডৰ সমৰ্পণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ৷

মুকলি হ'ল কৰ্টাৰপুৰ ক'ৰিডৰ
author img

By

Published : Nov 9, 2019, 5:18 PM IST

নিউজ ডেস্ক, নৱেম্বৰ 9 : কৰ্টাৰপুৰ ক'ৰিডৰৰ দ্বাৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কৰ্টাৰপুৰ চাহিব ক'ৰিডৰৰ প্ৰতি থকা ভাৰতৰ আৱেগক বুজি পোৱাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক ধন্যবাদ জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

এই ক'ৰিডৰটোৱে পাকিস্তানস্থিত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ অন্তিম আশ্ৰয়স্থল গুৰুদ্বাৰ দৰবাৰ চাহিবৰ পৰা পঞ্জাৱৰ ডেৰা বাবা নানক মন্দিৰলৈ সংযোগ স্থাপন কৰিছে ৷

মুকলি হ'ল কৰ্টাৰপুৰ ক'ৰিডৰ

প্ৰধানমন্ত্ৰী মোডীয়ে দেশক কৰ্টাৰপুৰ ক'ৰিডৰ সমৰ্পণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ৷ তেখেতে লগতে কয় যে, ক'ৰিডৰ মুকলি আৰু সংহত তালাচী চকীয়ে জনসাধাৰণলৈ দুগুণে আনন্দ কঢ়িয়াই আনিছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, "আমি পৰিৱেশৰ প্ৰতি দায়িত্বহীন হৈ পৰিছো ৷"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পতাকা জোকাৰি ক'ৰিডৰ মুকলি কৰাৰ লগে লগে 500 তীৰ্থযাত্ৰীয়ে পাকিস্তানস্থিত পাঞ্জাৱৰ নৰোৱাল জিলাৰ গুৰুদ্বাৰ দৰবাৰ চাহিব দৰ্শনৰ বাবে যাত্ৰা কৰে ৷ অৱশ্যে, গুৰু নানকৰ 550 তম্ জন্মজয়ন্তী উপলক্ষে 12 নৱেম্বৰতহে কৰ্টাৰপুৰ ক'ৰিডৰ মুকলি কৰা হ'ব ৷

পাকিস্তানত থকা কৰ্টাৰপুৰ ক'ৰিডৰৰ দ্বাৰ মুকলি কৰি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সহিতে শিখ তীৰ্থযাত্ৰীসকলক আদৰণি জনাব ৷

ZCZC
PRI GEN NAT
.GURDASPUR DEL48
KARTARPUR-MODI
Kartarpur corridor: PM thanks Imran Khan for understanding India's sentiment
         Gurdaspur (Punjab), Nov 9 (PTI) Prime Minister Narendra Modi on Friday thanked his Pakistan counterpart Imran Khan for understanding India's sentiment on the issue of the Kartarpur Sahib corridor.
         The corridor links Gurdwara Darbar Sahib in Pakistan, the final resting place of Sikhism founder Guru Nanak Dev, to Dera Baba Nanak shrine in this Punjab district.
         It will be easy to pay obeisance at the Darbar Sahib gurdwara after the opening of the Kartarpur corridor, Modi said at a gathering in Dera Baba Nanak.
         Asserting that he is fortunate to be able to dedicate the Kartarpur corridor to the country, he said the opening of the corridor and the integrated check post will bring double happiness to the people.
          "We have become irresponsible about the environment," the prime minister said.
          Modi is flagging off the first batch of over 500 Indian pilgrims that will travel to the Gurdwara Darbar Sahib in Narowal district of Pakistan's Punjab province through the Kartarpur corridor, being thrown open days ahead of the 550th birth anniversary of Guru Nanak Dev on November 12.
Khan will inaugurate the corridor on the Pakistani side and receive the Indian Sikh pilgrims, including former prime minister Manmohan Singh. PTI CHS SUN VSD

MIN
MIN
11091245
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.