ETV Bharat / bharat

কৰ্ণাটকত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু মানসিক ৰোগীৰ

কৰ্ণাটকৰ ৰাইছুৰ ৰে'ল ষ্টেছন উচ্চ ক্ষমতাসম্পন্ন এডাল বিদ্যুৎ পৰিবাহী তাঁৰ গাত লাগি মৃত্যু হয় এজন মানসিক ৰোগীৰ । বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ব্যক্তিজনৰ পৰিচয় ।

কৰ্ণাটক
কৰ্ণাটকত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু মানসিক ৰোগীৰ
author img

By

Published : Jun 2, 2020, 12:30 PM IST

নিউজ ডেস্ক, ২ জুনঃ কৰ্ণাটক জিলাৰ ৰাইছুৰ ৰে'ল ষ্টেছনত সোমবাৰে বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয় এজন ব্যক্তিৰ । উল্লেখ্য যে, ৰাইছুৰ ৰে'ল ষ্টেছনৰ সমীপত থকা এটি বিদ্যুতৰ খূটাত এগৰকী মানসিক ৰোগী উঠি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । তাৰ পাচতে স্থানীয় লোক সকলে ব্যক্তি গৰাকীক নমাই আনিবলৈ চেষ্টা কৰে যদিও খূটাটোৰ পৰা নামি আহিবলৈ অমান্তি হয় ব্যক্তিজন ।

কৰ্ণাটক
কৰ্ণাটকত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু মানসিক ৰোগীৰ

তাৰ পাচতে সংঘটি হয় শোকাৱহ দুৰ্ঘটনাটো । মানসিক ৰোগীজনৰ ওপৰত বাগৰি পৰে এডাল উচ্চ ক্ষমতাসম্পন্ন এডাল বিদ্যুৎ পৰিবাহী তাৰ । ফলত নিমিষতে দেহত অগ্নি সংযোগ হৈ মৃত্যু হয় ব্যক্তিজনৰ । ব্যক্তিজনৰ মৃতদেহ ৰে'ল কৰ্তৃপক্ষই নমাই আনে যদিও বৰ্তমান পৰ্যন্ত ব্য়ক্তিজনৰ পৰিচয় লাভ কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.