ETV Bharat / bharat

কানপুৰ এনকাউণ্টাৰঃ জব্দ কৰিব মূল অভিযুক্ত বিকাশ ডুবেৰ অবৈধ সম্পত্তি

author img

By

Published : Jul 5, 2020, 11:51 AM IST

২ জুলাই বৃহস্পতিবাৰে সংঘটিত কানপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ পৰা গেংষ্টাৰ আইনৰ অধীনত আৰক্ষীয়ে জব্দ কৰিব অবৈধ সম্পত্তি । তাৰোপৰি এনকাউণ্টাৰৰ লগত জড়িত ২২ গৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

কানপুৰ এনকাউণ্টাৰ
কানপুৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ৫ জুলাইঃ কানপুৰ এনকাউণ্টাৰ সন্দৰ্ভত নতুন তথ্য ফাদিল । বিকাশ ডুবেৰ পৰা গেংষ্টাৰ আইনৰ অধীনত আৰক্ষীয়ে জব্দ কৰিব অবৈধ ধন আৰু সম্পত্তি । এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, ২ জুলাই তথা বৃহস্পতিবাৰে কানপুৰত আৰক্ষীয়ে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা সময়তে বিকাশ ডুবেসহ এটা দলে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰে ।

কানপুৰ এনকাউণ্টাৰ

আনহাতে, কানপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেই দীৰ্ঘদিন ধৰি অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰি অপৰাধমূলক কাম-কাজ চলাই গৈছিল বুলি সদৰি কৰে । লগতে ২ জুলাইত কানপুৰ এনকাউণ্টাৰৰ লগত জড়িত ২২ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলিও সদৰি কৰে ।

কানপুৰ এনকাউণ্টাৰ
কানপুৰ এনকাউণ্টাৰঃ মূল অভিযুক্ত বিকাশ ডুবেৰ পৰা জব্দ অবৈধ সম্পত্তি

লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু 37 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.