নেশ্য়নেলডেস্ক,4 নৱেম্বৰ: বুধবাৰে নিজৰ ছবি থালাইবীৰ দৃশ্য গ্ৰহণৰ শেষত ৰাজনৈতিক প্ৰভাৱশালী জে.জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰি আত্মসন্তুষ্টি প্ৰকাশ কৰিছে মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটে ৷
-
Journey back to my fit body wasn’t easy, I feel good but even in seven months not able to achieve my earlier stamina and agility back and those last 5 kgs arnt budging, there are moments of despair and then my director Vijay sir shows me Thalaivi footage and all seems fine ❤️ pic.twitter.com/UdpX3LdSaW
— Kangana Ranaut (@KanganaTeam) November 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">Journey back to my fit body wasn’t easy, I feel good but even in seven months not able to achieve my earlier stamina and agility back and those last 5 kgs arnt budging, there are moments of despair and then my director Vijay sir shows me Thalaivi footage and all seems fine ❤️ pic.twitter.com/UdpX3LdSaW
— Kangana Ranaut (@KanganaTeam) November 4, 2020Journey back to my fit body wasn’t easy, I feel good but even in seven months not able to achieve my earlier stamina and agility back and those last 5 kgs arnt budging, there are moments of despair and then my director Vijay sir shows me Thalaivi footage and all seems fine ❤️ pic.twitter.com/UdpX3LdSaW
— Kangana Ranaut (@KanganaTeam) November 4, 2020
তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জে.জয়াললিতাৰ ৰূপত নিজকে দেখি আত্মসন্তুষ্টি প্ৰকাশ কৰি এটি টুইটত এখন ফটো আপলোড কৰে৷ লগতে ছবিখনত হোৱা তেওঁৰ কিছু অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে ৷ দৃশ্য গ্ৰহণৰ বাবে কংগণাই কিদৰে নিজৰ ওজন কমাইছিল তাৰ বিষয়ে এটি টোকা লিখে ৷
"মই The Queen ছবিখনত ভাৰতীয় পৰ্দাত প্ৰথম বাৰৰ বাবে মোৰ 30 বছৰীয়া দেহত থকা শক্তি এতিয়াও আছে যেন অনুভৱ কৰো,থালাইবীত ভাৰত নাট্যমৰ বাবে 20 কিলোগ্ৰাম ওজন বঢ়াব লগীয়া হৈছে ,যাৰ ফলত মোৰ পিঠিৰ ফালে অলপ ক্ষতি হৈছে যদিও মই অসন্তুষ্ট নহয় মোৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল,তাৰ পিছতো মই কাম কৰি গৈ আছিলো ৷ শৰীৰত আগৰ শক্তি নোহোৱা হৈ গৈছিল ৷ প্ৰথম অৱস্থাত মই 5 কিলোগ্ৰাম ওজন কমাব লগীয়া হৈছিল, কষ্ট হৈছিল কিন্তু মোৰ পৰিচালক বিজয় চাৰে মোক বহুত সাহস দিছিল ৷" 33 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে অক্টোবৰ মাহত থালাইবীৰ দৃশ্য গ্ৰহণৰ বাবে হায়দৰাবাদলৈও গৈছিল ৷
লগতে পঢ়ক: ছিপাঝাৰত গাঁও পঞ্চায়তৰ সভানেত্ৰীক গ্ৰেপ্তাৰৰ দাবীত অৱস্থান ধৰ্মঘট