ETV Bharat / bharat

ঝাৰখণ্ডত ১.৬ কোটি টকাৰ মূল্যৰ দূৰ্লভ সাপ জব্দ - ঝাৰখণ্ডত

ব'কাৰো আৰক্ষীয়ে সাপ সৰবৰাহৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে ।

ঝাৰখণ্ডত ১.৬ কোটি টকাৰ মূল্যৰ দুৰ্লভ সাপ জব্দ
author img

By

Published : Jun 22, 2019, 9:08 AM IST

নিউজ ডেস্ক , ২২ জুন: শুকুৰবাৰে ঝাৰখণ্ডৰ ব'কাৰোত, ব'কাৰো আৰক্ষীয়ে সাপ সৰবৰাহৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে ১.৬ কোটি টকাৰ মূল্যৰ এডাল দুৰ্লভ সাপ উদ্ধাৰ কৰে ।

আটকাধীন লোক কেইজন সুনিল পাছৱান আৰু মহম্মদ চাহাবুদ্দিন বুলি জানিব পৰা গৈছে । বন বিভাগৰ বিষয়া সুৰেন্দ্ৰ ভগতে জনোৱা অনুসৰি এই ধৰণৰ দূৰ্লভ সাপ বিধ মহাৰাষ্ট্ৰৰত পোৱা যায় । আৰু অসাধু ব্যৱসায়ীয়ে সাপ সমূহ মহাৰাষ্ট্ৰৰ পৰা আনি নেপাল হৈ আন্তৰাষ্ট্ৰীয় বজাৰত (বিশেষকৈ চীনত) বিক্ৰী কৰে । এই সাপ সৰবৰাহৰ লগত এটা আন্তৰাষ্ট্ৰীয় দুষ্ট চক্ৰ জড়িত আছে বুলি জনাই বন বিষয়া গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.