ETV Bharat / bharat

আৰ্থিক নিৰাপত্তা বিচাৰি জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : May 8, 2019, 12:36 PM IST

আৰ্থিক সংকটত অৱস্থান কৰা জেট এয়াৰৱেজ কোম্পানীটোৰ কৰ্মচাৰীসকলে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৌন প্ৰতিবাদ কৰে কৰ্মচাৰীসকলে ৷

etv bharat

মুম্বাই, 8 মে’: এতিয়া গভীৰ আৰ্থিক সংকটত জেট এয়াৰৱেজ বিমান কোম্পানীটো ৷ চাৰি পাঁচ মাহৰে পৰা কৰ্মচাৰীক দিব পৰা নাই প্ৰাপ্য দৰমহা ৷ ফলত, দিশহাৰা হৈ পৰিছে বিমান কোম্পানীটোত কৰ্মৰত কৰ্মচাৰীসকল ৷ যাৰ বাবে, আৰ্থিক নিৰাপত্তা বিচাৰি চৰকাৰৰ সহায়ৰ বাবে বুধবাৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৌন প্ৰতিবাদ সাব্যস্ত কৰ্মচাৰীসকলে ৷

আৰ্থিক নিৰাপত্তা বিচাৰি জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সম্পূৰ্ণভাৱে দেওলীয়া হৈ পৰা কোম্পানীটোৱে যোৱা 17 এপ্ৰিলৰ পৰা ঘৰুৱা অথবা আন্তৰ্জাতিক বিমানসেৱা বাতিল কৰিবলগীয়া হৈছিল ৷ কিন্তু কোম্পানীটোৰ এই দুৰাৱস্থাৰ মাধমাৰ পৰিছে ইয়াত কৰ্মৰত কৰ্মীসকলৰ ওপৰত ৷ মুম্বাইত প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মীসকলৰে এগৰাকীয়ে কয় যে, নিজৰ লগতেও পৰিয়ালক পোহপাল দিব লগা হোৱাত এই পৰিস্থিতিত যথেষ্ট অসুবিধাত পৰিছে ৷ চৰকাৰ নতুবা কোনো কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ কথা ভাবি হ’লেও কোম্পানীটোৰ এই সংকটকালত সহায়ৰ বাবে আগবাঢ়ি অহা উচিত ৷

Jet Airways employees hold silent protest at Mumbai International Airport

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.