ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশাৱলী - কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ

কৃষ্ণা নদীৰ পাৰত ইন্দ্ৰকীলাদ্ৰি পাহাৰত অৱস্থিত কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰৰ চৌহদত নিষিদ্ধ প্লাষ্টিক ৷ নিৰ্দেশ অমান্য কৰা যিকোনো ব্যক্তিৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

বিজয়ৱাড়া
কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ
author img

By

Published : Jan 22, 2020, 4:13 PM IST

নিউজ ডেস্ক, 22 জানুৱাৰীঃ বিজয়ৱাড়াক একক ব্যৱহৃত প্লাষ্টিকমুক্ত চহৰ কৰাৰ উদ্দেশ্যে কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰৰ চৌহদৰ ভিতৰত প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰিছে ৷ এই বিখ্যাত মন্দিৰটো কৃষ্ণা নদীৰ পাৰত ইন্দ্ৰকীলাদ্ৰি পাহাৰত অৱস্থিত ৷ মন্দিৰৰ চৌহদত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে কঠোৰ নিৰ্দেশাৱলী আছে ৷ মন্দিৰ কৰ্তৃপক্ষই নিৰ্দেশ অমান্য কৰা যিকোনো ব্যক্তিৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে ৷

পৰিবেশকৰ্মী, চৰকাৰী বিষয়া আৰু বেচৰকাৰী সংস্থাই যুটীয়াভাৱে অঞ্চলটো প্লাষ্টিকমুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কনকা দুৰ্গা মন্দিৰ হৈছে চহৰখনৰ অতিশয় জনবহুল স্থান আৰু প্ৰতিদিনে ইয়াত অগণন ভক্তৰ সমাগম হয় ৷ উৎসৱ আৰু বন্ধ বাৰত মন্দিৰটোলৈ ভক্তৰ দৰ্শনাৰ্থীৰ ভিৰ বেছি হয় ৷ সেই দিন কেইটাত অধিক ভক্তৰ আগমণত প্লাষ্টিকৰ ব্যৱহাৰৰ মাত্ৰাও বৃদ্ধি পায় ৷

অধিকসংখ্যক ভক্তই পূজাৰ সামগ্ৰীসমূহ প্লাষ্টিকৰ মোনাত কঢ়িয়াইছিল ৷ কিন্তু বৰ্তমান মন্দিৰৰ ভিতৰলৈ কেৱল কাপোৰৰ মোনাতহে পূজাৰ সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হয় ৷ যিসময়ত কোটেস্বৰাম মন্দিৰটোৰ কাৰ্যবাহী বিষয়া আছিল, তেওঁ মন্দিৰৰ কৰ্মীসকলক দুৰ্গা দেৱীলৈ অৰ্পণ কৰা কাপোৰৰ পৰা মোনা নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল ৷ কিন্তু এই পদক্ষেপে মন্দিৰৰ নিধিত এক সুৰুঙাৰ সৃষ্টি কৰিলে ৷ বৰ্তমানৰ কাৰ্যবাহী বিষয়া সুৰেশ বাবুৱে আগতীয়াকৈ পৰ্যাপ্ত পৰিমাণৰ কাপোৰৰ মোনা নিৰ্মাণৰ ব্যৱস্থা কৰিছে ৷

প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশাৱলী বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ

তেওঁ কয় যে, সম্পূৰ্ণভাৱে প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে ৷ আনকি মন্দিৰ চৌহদত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো প্লাষ্টিক বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মহামন্দপমৰ পঞ্চম মহলাত পূজাৰ সামগ্ৰী বিক্ৰী কৰা হয় ৷ তাৰ ব্যৱসায়ীসকলে ইতিমধ্যে তেওঁলোকৰ বিপনীত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে ৷

বিজয়ৱাড়াক প্লাষ্টিক মুক্ত কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষৰ, ভক্ত আৰু বিক্ৰেতাৰ এই প্ৰচেষ্টাক নিশ্চিতভাৱে দীৰ্ঘম্যাদী সফলতা হিচাপে প্ৰমাণ কৰিছে ৷

লগতে পঢ়কঃ বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা

Intro:Body:

Vijaywada: In an attempt to turn Vijaywada single-use plastic free, the Kanaka Durga Indrakeeladri temple has banned the use of plastic bags and covers within its premises.

The famous temple located on the Indrakeeladri hill, on the banks of Krishna River has issued strict guidelines for the devotees visiting the temple, asking them to avoid bringing plastic covers into the temple. 

Temple authorities have also fixed a fine that would be levied upon anyone not following the guidelines.

Environmental activists have been working for a long time on eliminating the grave threa of plastic from the area. Government authorities and NGOs in Vijaywada have also been striving hard to make the area platic-free.

The Kanak Durga temple is one of the most crowded areas of the city and witnesses a large number of devotees daily.

An even larger crowd throngs the temple at the time of fectivals and public holidays, thus leading to more use of plastic during these days.

Most of the devotees bring puja items in plastic bags. But from now on, only cloth bags will be permitted inside the temple premise.

When Koteswaramma was the Executive Officer of the temple, she directed the temple staff to make cloth bags out of the cloth offered to Goddess Durga. But this initiative burnt a hole in the temple fund’s pockets.

The current Executive Officer Suresh Babu, however, has already ordered for sufficient number of cloth bags in advance. 

He has assured that a complete plastic ban would be implemented and has even issued orders to the vendors in the temple premises to not sell plastic bags.

On the 5th floor of the Maha Mandapam, puja accesories are sold. The vendors there, have already stopped avoiding the use of plastic in their shops. 

This effort of the temple authorities, vendors and devotees towards making Vijayawada single-use plastic-free is definitely said to prove beneficial on the long run. 

-------------------------------

Location: Vijayawada

    Andhra Pradesh

VO: In an attempt to turn Vijayawada single-use plastic free, the Kanaka Durga Indrakeeladri temple has banned the use of plastic bags and covers within its premises.

GFX: Plastic ban in Kanaka Durga temple

VO: The famous temple located on the Indrakeeladri hill, on the banks of Krishna River has issued strict guidelines for the devotees, asking them to avoid bringing plastic covers into the temple. 

GFX: Strict guidelines for devotess

VO: Temple authorities have also fixed a fine that would be levied upon anyone not following the guidelines.

GFX: Fines fixed for violaters

VO: Environmental activists, along with government officials and NGOs have been striving hard to make the area free of this grave threat of single-use plastic.

____________________________________________________________

Byte: Suresh Babu, Temple EO

0.02 - 0.31

We are implementing plastic ban in the temple premises and we are sending the message through flexi banners, media and on-spot announcements. We are requesting the devotees to not carry any plastic bags onto the Indrakeeladri hill. 

If anyone violates this, the concerned vigilance team will take appropriate action. 

0.36 - 0.40 

We are using bio-degradable covers for distributing 'prasad'. 

______________________________________________________________

GFX: Environmental-friendly efforts

VO: The Kanak Durga temple is one of the most crowded spots of the city and witnesses a large number of devotees daily. An even larger crowd throngs the temple at the time of fectivals and public holidays, thus leading to more use of plastic during these days.

GFX: More crowd, more plasctic

VO: Most of the devotees bring puja items in plastic bags. But from now on, only cloth bags will be permitted inside the temple premise.

GFX: Use of cloth bags

VO: When Koteswaramma was the Executive Officer of the temple, she directed the temple staff to make cloth bags out of the cloth offered to Goddess Durga. But this initiative burnt a hole in the temple fund’s pockets.

GFX: Failed idea

VO: The current Executive Officer Suresh Babu, however, has already ordered for sufficient number of cloth bags in advance.

GFX: Prevention is better than cure

VO: He has assured that a complete plastic ban would be implemented and has even issued orders to the vendors in the temple premises to not sell plastic bags.

VO: On the 5th floor of the Maha Mandapam, puja accesories are sold. The vendors there, have already stopped avoiding the use of plastic in their shops. 

GFX: Support from vendors

VO: This effort of the temple authorities, vendors and devotees towards making Vijayawada single-use plastic-free is definitely said to prove beneficial in the long run.

GFX: Baby steps towards a bigger goal

-------------------------

Suresh Babu, Temple EO

0.02 - 0.31

We are implementing plastic ban in the temple premises and we are sending the message through flexi banners, media and on-spot announcements. We are requesting the devotees to not carry any plastic bags onto the Indrakeeladri hill. 

If anyone violates this, the concerned vigilance team will take appropriate action. 

0.36 - 0.40 

We are using bio-degradable covers for distributing 'prasad'. 

---- raw

Indrakeeladri is doing its part in achieving a plastic-free Vijayawada. The Durga Malleswara temple has banned the usage of plastic covers and bags within the premises. They have issued strict guidelines to the devotees visiting the temple, asking them not to bring plastic covers. If anyone is found using plastic covers in the temple premises, a fine would be levied upon them.

Disposable plastics are a grave threat to the nature. Environmental activists have been working towards banning single use plastics for a long time now. Vijayawada’s government officials along with NGOs are striving hard to make the city plastic-free. 

Durga Malleswara temple is one of the highly crowded areas in the city. Large number of devotees visit the place every day. During public holidays and festivals, devotees throng the temple. Consequently, the usage of plastic bags is also more during these occasions. 

Devotees bring puja related items in plastic bags. The temple officials have now banned such plastic covers and passed a rule that going forward, only cloth bags will be allowed.

When Koteswaramma was the Executive Officer of the temple, she directed the temple staff to make cloth bags out of the cloth that was revered to the goddess. But this initiative burnt a hole in the temple fund’s pockets. 

The current Executive Officer Suresh Babu said that they have already ordered a large number of cloth bags in advance. He assured that a complete plastic ban would be implemented. He even issued orders to the vendors in the temple premises to not sell plastic bags. He urged the devotees to comply with these guidelines. He said that a fine would be levied upon those who violate these rules.

In the 5th floor of Maha Mandapam, the puja accessories are being sold. The vendors have already supported the plastic ban. They said that they will use only cloth bags in order to help Vijayawada go plastic-free. The temple officials and devotees are optimistic that the current plastic ban would prove beneficial over the long run.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.