ETV Bharat / bharat

বিধানমণ্ডলসহিতে জম্মু কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ প্ৰস্তাৱ - মেহবুবা মুফটি

সোমবাৰে ৰাজ্যসভাত উত্থাপন হয় সেই বিশেষ প্ৰস্তাৱ যি প্ৰস্তাৱৰ দ্বাৰা জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা অনুচ্ছেদ 370ৰ লগতে 35(A) কৰ্তন কৰাৰ সপক্ষে প্ৰস্তাৱ ৰাখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

বিধানমণ্ডলসহিতে জম্মু কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ প্ৰস্তাৱ
author img

By

Published : Aug 5, 2019, 5:23 PM IST

নিউজ ডেস্ক, 5 আগষ্টঃ সোমবাৰে সদনত উত্থাপন কৰা হয় সেই বিশেষ প্ৰস্তাৱ যি প্ৰস্তাৱ গৃহীত হ'লে জম্মু-কাশ্মীৰ পৰা বাতিল হ'ব পাৰে ৰাজ্যৰ মৰ্যাদা ৷

ইতিমধ্য যিকোনোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা ৷

144ধাৰা জাৰি কৰি মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী ৷

ৰাজ্যখনে সন্মুখীন হ'ব পৰা সকলোধৰণৰ পৰিস্থিতিৰ বাবেই সাজু হৈছে প্ৰশাসন ৷

Etv Bharat Assam
সুৰক্ষা ব্যৱস্থাত নিয়োজিত এগৰাকী সেনা জোৱান
Etv Bharat Assam
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰস্তাৱটো
Etv Bharat Assam
সুৰক্ষাত নিয়োজিত আৰক্ষীৰ জোৱান
Etv Bharat Assam
জনশূন্য এটি পথ, কাশ্মীৰত
Etv Bharat Assam
এয়াৰলিফ্ট কৰা অৱস্থাত চিআৰপিএফ জোৱান
  • Vajpayee ji despite being a BJP leader empathised with Kashmiris & earned their love. Today we feel his absence the most.

    — Mehbooba Mufti (@MehboobaMufti) August 4, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • Kashmir Solution has begun.🇮🇳

    — Anupam Kher (@AnupamPKher) August 4, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • Today marks the darkest day in Indian democracy. Decision of J&K leadership to reject 2 nation theory in 1947 & align with India has backfired. Unilateral decision of GOI to scrap Article 370 is illegal & unconstitutional which will make India an occupational force in J&K.

    — Mehbooba Mufti (@MehboobaMufti) August 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

গৃহমন্ত্ৰীয়ে সদনত প্ৰস্তাৱ উত্থানৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেহবুবা মুফটিকে ধৰি অন্যান্য পিডিপি আৰু কংগ্ৰেছী নেতাসকলে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.