নিউজ ডেস্ক, 11 জুন : বলিউদৰ অভিনেতা তথা প্ৰযোজক জেক্কী ভাগ্নানীয়ে মুম্বাইৰ বি এম চি হাস্পতালক আগবঢ়াইছে 1000 টা পিপিই কিটৰ অনুদান ৷ এই পিপিই কিট লাভ কৰি বি এম চি চিকিৎসালয় কৰ্তৃপক্ষই ধন্যাবাদ জনায় ভাগ্নানীক ৷ নিজৰ টুইটাৰ পেজত অভিনেতা জনলৈ ধন্যবাদ জনায় টুইট কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ কৰ'ণা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত জেক্কীয়ে গুৰুত্বপীৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ কৰ'ণাৰ মূল অভিকেন্দ্ৰ চীনৰ ৱুহান চহৰক অতিক্ৰম কৰি মুম্বাই তথা মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 51 হাজাৰ ৷
-
#StrongerTogether
— माझी Mumbai, आपली BMC (@mybmc) June 10, 2020 " class="align-text-top noRightClick twitterSection" data="
Thank you, @jackkybhagnani for contributing 1,000 PPE kits to @mybmcWardGS
Your contribution will help our #COVIDWarriors in the fight against coronavirus. #BlessedToServe#AnythingForMumbai#NaToCorona pic.twitter.com/QI7h9a7Oit
">#StrongerTogether
— माझी Mumbai, आपली BMC (@mybmc) June 10, 2020
Thank you, @jackkybhagnani for contributing 1,000 PPE kits to @mybmcWardGS
Your contribution will help our #COVIDWarriors in the fight against coronavirus. #BlessedToServe#AnythingForMumbai#NaToCorona pic.twitter.com/QI7h9a7Oit#StrongerTogether
— माझी Mumbai, आपली BMC (@mybmc) June 10, 2020
Thank you, @jackkybhagnani for contributing 1,000 PPE kits to @mybmcWardGS
Your contribution will help our #COVIDWarriors in the fight against coronavirus. #BlessedToServe#AnythingForMumbai#NaToCorona pic.twitter.com/QI7h9a7Oit
লগতে পঢ়ক : গুগলে মুকলি কৰিলে এন্ড্ৰইড 11ৰ প্ৰথমটো বেটা ভাৰ্চন