ETV Bharat / bharat

গোলাবো চিতাবো ছবি সন্দৰ্ভত কি কলে বিগ বি অমিতাভ বচ্চনে? - কোভিড-১৯

গোলাবো চিতাবো ছবিখন শুকুৰবাৰে আমাজন প্ৰাইমত মুক্তি লাভ কৰে আৰু অ টি‌ টি প্লেটফৰ্মত প্ৰিমিয়াৰ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ ছবি। দেশৰ এখন চহৰ লক্ষ্ণৌৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ছবিখন ।

its-a-welcome-trend-says-big-b-on-hindi-cinemas-return-to-small-town-stories

author img

By

Published : Jun 12, 2020, 10:29 PM IST

নিউজ ডেস্ক, ১২ জুন : গোলাবো চিতাবো ছবিখন শুকুৰবাৰে আমাজন প্ৰাইমত মুক্তি লাভ কৰে আৰু অ টি‌ টি প্লেটফৰ্মত প্ৰিমিয়াৰ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ ছবি। যিখন অমিতাভ বচ্চনৰ সহযোগী সুজিত চৰকাৰৰ দ্বাৰা নিৰ্দেশনা কৰা হৈছে। দেশৰ এখন চহৰ লক্ষ্ণৌৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

  • " class="align-text-top noRightClick twitterSection" data="">
its-a-welcome-trend-says-big-b-on-hindi-cinemas-return-to-small-town-stories
গোলাবো চিতাবো ছবি সন্দৰ্ভত কি কলে বিগ বি অমিতাভ বচ্চনে?

এই সন্দৰ্ভত এক‌ সংবাদ এজেঞ্চীৰ সৈতে হোৱা সাক্ষাৎকাৰত বিগত বৰ্ষ সমূহত সৰু-সৰু চহৰ সমূহৰ আধাৰত নিৰ্মিত হিন্দী ছবিৰ উন্নতি সাধনৰ বিষয়ে বিগ বিক সোধা প্ৰশ্নত অমিতাভ বচ্চনে এয়া এক আদৰণীয় প্ৰবৃত্তি তথা এনে সৰু-সৰু চহৰ সমূহৰ ঘটনাবোৰক লৈ ছবি নিৰ্মাণৰ পোষকতা কৰে।

লগতে পঢ়ক : বাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.