ETV Bharat / bharat

গো বচাও-কৃষক বচাও শ্ল'গান সন্দৰ্ভত স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ ৷ কৃষক সুৰক্ষা আৰু 'গো' সুৰক্ষা সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷

author img

By

Published : Dec 27, 2020, 9:24 PM IST

Irani targets Congress over farmers' welfare and cow protection
গো বচাও-কৃষক বচাও শ্ল'গান সন্দৰ্ভত স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দেওবাৰে কৃষকৰ সুৰক্ষা আৰু 'গো' সুৰক্ষাৰ বাবে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কিছুদিন পূৰ্বে কংগ্ৰেছ দলে বুদলেখণ্ড অঞ্চলৰ বিভিন্ন জিলাত 'গো' বচাও, কৃষক বচাওৰ দাবী উত্থাপন কৰা প্ৰসংগৰ আঁত ধৰি স্মৃতি ইৰাণীয়ে কংগ্ৰেছ দলক সমালোচনা কৰে ৷

তেওঁ পুনৰ কয় যে, যিটো দলৰ 'গো' হত্যাৰ লগত নাম সাঙোৰ খাইছিল, কৃষকৰ অধিকাৰ খৰ্ব কৰিছিল, সেই দলটোৱে বৰ্তমান 'গো' বচাওক আৰু কৃষক বচাও শ্ল'গান দিলে শোভা নাপায় ৷ গতিকে, কংগ্ৰেছ দলৰ এনে মিছা প্ৰতিশ্ৰুতিয়ে উত্তৰ প্ৰদেশ আৰু কেৰালাৰ জনসাধাৰণক প্ৰলোভিত কৰিব নোৱাৰে বুলি উল্লেখ কৰে ৷ লগতে, উত্তৰ প্ৰদেশ আৰু কেৰালাৰ জনসাধাৰণে বৰ্তমান বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিছে সেয়া অবগত বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : দুই সন্তানৰ সৈতে মহিলাৰ আত্মহত্য়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.