ETV Bharat / bharat

নয়ডাত প'লিথিন ব্যৱহাৰৰ বিৰুদ্ধে তদন্ত প্ৰশাসনৰ

নয়ডাত প'লিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত ৷ নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

author img

By

Published : Dec 13, 2019, 1:29 PM IST

য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত
য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ: নয়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত ৷ চহৰখনৰ দণ্ডাধীশে এটা দলৰ সৈতে চেক্টৰ 48ৰ বজাৰত চলোৱা এক তালাচীত বিক্ৰেতাসকলৰ ওচৰত অধিক পৰিমাণৰ পলিথিন উদ্ধাৰ কৰে ৷ পলিথিন উদ্ধাৰৰ পিচতে দণ্ডাধীশ শৈলেন্দ্ৰ মিশ্ৰাই বজাৰখনৰ সঞ্চালকৰ বিৰুদ্ধে এক মোকৰ্দমা জাৰি কৰাৰ লগতে 4জন লোকক গ্ৰেপ্তাৰ কৰে ৷

ভংগ কৰা 4জন লোকক গ্ৰেপ্তাৰ
ভংগ কৰা 4জন লোকক গ্ৰেপ্তাৰ

উল্লেখ্য যে, পলিথিন ব্যৱহাৰক লৈ জিলা প্ৰশাসনে একেৰাহে অব্যাহত ৰাখিছে তদন্ত ৷ জিলা দণ্ডাধীশ বি.এন সিঙৰ নিৰ্দেশনা মৰ্মে সাপ্তাহিক বজাৰ ব্যৱস্থাপকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ চহৰ খনৰ দণ্ডাধীশৰ মতে,পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে তদন্ত অব্যাহত থাকিব ৷ নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত

লগতে পঢ়ক: দৰঙৰ আউলাচৌকাত আৰক্ষীৰ গুলীচালনাত আহত 1

Intro:नोएडा में प्रतिबंधित पॉलीथिन के खिलाफ प्रशासन की बडी कार्रवाई , सिटी मजिस्ट्रेट शैलेंद्र मिश्रा ने टीम के साथ मारा सेक्टर 48 की मार्केट में छापा , टीम को देखकर सब्जी विक्रेताओं में मची भगदड़ , भारी मात्रा में पॉलीथिन मिलने पर मार्किट संचालक पर कराया मुकदमा दर्ज , 4 लोगों को मौके से किया गया गिरफ्तार , सेक्टर 49 थाने में सिटी मजिस्ट्रेट शैलेंद्र मिश्रा ने कराया मार्केट संचालक पर मुकदमा दर्ज। Body:“ईपी एक्ट के तहत कार्रवाई”
पॉलिथीन के प्रयोग को लेकर जिला प्रशासन लगातार कर रहा कार्रवाई। डीएम बीएन सिंह के निर्देश पर नगर मजिस्ट्रेट ने साप्ताहिक मार्केट ऑर्गेनाइजर के विरुद्ध एफ आई आर दर्ज। ईपी एक्ट के तहत एफ़आईआर दर्ज कराई गई है।

“पॉलीथिन पर बड़ा ऐक्शन”
पॉलीथिन के प्रयोग पर रोक लगाने के उद्देश्य से निरंतर रूप से जिला प्रशासन कार्रवाई कर रहा है। इसी क्रम में नगर मजिस्ट्रेट नोएडा शैलेंद्र कुमार मिश्र और पुलिस विभाग के अधिकारियों ने सेक्टर 48 की मार्केट में पॉलिथीन का प्रयोग करने पर 4 लोगों पर कार्रवाई करते हुए साप्ताहिक मार्केट के ऑर्गेनाइजर पर थाना सेक्टर 49 में एफ आई आर दर्ज कराई गई। यह जानकारी नगर मजिस्ट्रेट नोएडा शैलेंद्र कुमार मिश्र के द्वारा दी गई है।Conclusion:सिटी मैजिस्ट्रेट ने कहा कि पॉलीथिन के विरुध लगातार कार्रवाई की जाएगी, नियमों की अनदेखी पर सख़्त कार्रवाई की जाती रहेगी।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.