ETV Bharat / bharat

সৰ্বমুঠ ভাৰতৰ ঋণ 170 লাখ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনাঃ ষ্টে'ট বেংক

author img

By

Published : Jul 20, 2020, 4:42 PM IST

মহামাৰী ক'ৰণা ভাইৰাছৰ বাবে স্তব্ধ হৈছে দেশৰ অৰ্থ ব্যৱস্থা ৷ ষ্টেট বেংকে প্ৰকাশ কৰা এক তথ্য অনুসৰি,সৰ্বমুঠ ভাৰতৰ ঋণ 170 লাখ কোটি টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যি ঋণ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 87.6 শতাংশ ৷

India's gross debt seen at 88% of GDP in FY21: SBI Report
সৰ্বমুঠ ভাৰতৰ ঋণ 170 লাখ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনাঃ ষ্টে'ট বেংক

নিউজ ডেস্ক, 20 জুলাই : মহামাৰী ক'ৰণা ভাইৰাছৰ বাবে স্তব্ধ হৈছে দেশৰ অৰ্থ ব্যৱস্থা ৷ দেশৰ অৰ্থনীতিৰ লগতে ঘৰুৱা উৎপাদন হ্ৰাস কৰিছে মহামাৰী ভাইৰাছবিধে ৷

সোমবাৰে ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা এক তথ্য অনুসৰি,সৰ্বমুঠ ভাৰতৰ ঋণ 170 লাখ কোটি টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যি ঋণ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 87.6 শতাংশ ৷

লগতে,ৰিপ'ৰ্টত কোৱা হৈছে যে,2023 বিত্তীয় বৰ্ষৰ আগতে এই ঋণৰ সংখ্যা 60 শতাংশ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আগন্তক 2030 বিত্তীয় বৰ্ষৰ আগতে সফলতা প্ৰাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে,বিত্ত বৰ্ষ 2019-20 বৰ্ষত ভাৰতৰ ঋণ 146.9 লাখ কোটি টকা আছিল ৷ যি ঋণৰ হাৰ ঘৰুৱা উৎপাদনৰ 72.2 শতাংশ আছিল ৷ লগতে,বিত্ত বৰ্ষ 2012ৰ তুলনাত এই ঋণৰ হাৰ 58.8 লাখ কোটি টকা বৃদ্ধি হৈছিল ৷

লগতে পঢ়ক : মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.