ETV Bharat / bharat

ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু - কাঞ্চন চৌধৰী ভট্টাচাৰ্য

প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান আৰু দ্বিতীয় গৰাকী ভাৰতীয় আৰক্ষী সেৱা(IPS) বিষয়া কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু ৷ দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধানগৰাকী ৷

ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান কাঞ্চন চৌধৰী ভট্টাচাৰ্যৰ মৃত্যু
author img

By

Published : Aug 27, 2019, 12:33 PM IST

নেশ্যনেল ডেস্ক, 27 আগষ্টঃ ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান আৰু দ্বিতীয় গৰাকী ভাৰতীয় আৰক্ষী সেৱা(IPS) বিষয়া কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু ৷ দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল তেওঁ ৷ সোমবাৰে নিশা মুম্বাইত মৃত্যু হয় তেওঁৰ ৷

  • We mourn the demise of one of our icons, the first lady DGP and second lady IPS officer of India, Kanchan Chaudhary Bhattacharya. An officer with sterling qualities of head and heart, she had an illustrious career, adorned with many firsts and awards. #RIPKanchanChaudharyMaam pic.twitter.com/uslR2Lj6dT

    — IPS Association (@IPS_Association) August 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

1973 গোটৰ IPS বিষয়া আছিল তেওঁ ৷ 2004 চনত উত্তৰাখণ্ডৰ আৰক্ষীৰ সচিব প্ৰধান হিচাপে নিয়োগ কৰা হৈছিল ৷ 2007 বৰ্ষৰ 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰিছিল তেওঁ ৷ অৱসৰ গ্ৰহণৰ পিছত তেওঁ 2014 চনত লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ হৈ হৰিদ্বাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ য’ত তেওঁ পৰাজিত হৈছিল ৷ উত্তৰাখণ্ড আৰক্ষীয়ে টুইটাৰ যোগে তেওঁৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰে ৷

  • प्रदेश की पूर्व DGP श्रीमती कंचन चौधरी भट्टाचार्य, 1973 बैच की IPS अधिकारी, जो कुछ समय से बीमार चल रही थी, के निधन पर #UttarakhandPolice उनके परिजनों के प्रति शोक संवेदना व्यक्त करते हुए उत्तराखंड पुलिस में उनके द्वारा दिए गए अभूतपूर्व योगदान को याद करती है।@IPS_Association pic.twitter.com/dmk3IRthg6

    — Uttarakhand Police (@uttarakhandcops) August 26, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

INDIA'S FIRST WOMANDGP KANCHAN CHAUDHARY BHATTACHARYA DIES

ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান কাঞ্চন চৌধৰী ভট্টাচাৰ্যৰ মৃত্যু

নেশ্যনেল ডেস্ক, 27 আগষ্টঃ ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান আৰু দ্বিতীয় গৰাকী ভাৰতীয় আৰক্ষী সেৱা(IPS) বিষয়া কাঞ্চন চৌধৰী ভট্টাচাৰ্যৰ মৃত্যু ৷ দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল তেওঁ ৷ সোমবাৰে নিশা মুম্বাইত মৃত্যু হয় তেওঁৰ ৷ 1973 গোটৰ IPS বিষয়া আছিল তেওঁ ৷ 2004 চনত উত্তৰাখণ্ডৰ আৰক্ষীৰ সচিব প্ৰধান হিচাপে নিয়োগ কৰা হৈছিল তেওঁ ৷ 2007 বৰ্ষৰ 31 অক্টোবৰত অৱসৰ গ্ৰহন কৰিছিল তেওঁ ৷ অৱসৰ গ্ৰহনৰ পিছত তেওঁ 2014 চনত লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ হৈ হৰিদ্বাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ য’ত তেওঁ পৰাজিত হৈছিল ৷ উত্তৰাখণ্ড আৰক্ষীয়ে টুইটাৰ যোগে তেওঁৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰে ৷  
768-512-4253119-627-4253119-1566871242068.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.