ETV Bharat / bharat

ভাৰতীয় সেনা আৰু ৰঙা চীনা সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষ লাডাখত - গালৱান নদী

ভাৰত চীন সীমান্তত সংঘাত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত । এজন বিষয়া সহ ২০ জন ভাৰতীয় সেনা জোৱানে দেশৰ কাৰণে শ্বহীদ হয় ।

ভাৰতীয় সেনা আৰু ৰঙা চীনা সৈন্যৰ মাজত সংঘৰ্ষ অব্যাহত

author img

By

Published : Jun 17, 2020, 9:26 PM IST

Updated : Jun 18, 2020, 9:30 AM IST

নিউজ ডেস্ক ,১৭ জুনঃ ভাৰতীয় সীমান্তত ভাৰতীয় সেনাই নিজৰ কৰ্তব্য পালন কৰি থাকোতেই চীনা সেনাই ভাৰতীয় ভূখণ্ডৰ ভিতৰ প্ৰৱেশ কৰি আক্ৰমণ ভাৰতীয় সেনাৰ ওপৰত। ভাৰতীয় সেনাৰ দলে চীনা সৈন্যক ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল গালৱান নদীৰ পাৰত। চীনা সেনাই বাধা নামানি ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ ফলতে ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত সংঘৰ্ষত হয় ।

ভাৰতীয় সেনা আৰু ৰঙা চীনা সৈন্যৰ মাজত সংঘৰ্ষ অব্যাহত
ভাৰতীয় সেনা আৰু ৰঙা চীনা সৈন্যৰ মাজত সংঘৰ্ষ অব্যাহত

লগতে চাওকঃ স্বাস্থ্যকৰ্মীক মাহিলী বেতনৰ লগতে সকলো প্ৰয়োজনীয় সুবিধা দিয়া উচিতঃ উচ্চতম

চীনে মন্তব্য প্ৰকাশ কৰি কয় যে ড্ৰনৰ সহায়ত গ্ৰহণ কৰা সময়ত ভাৰতীয় সেনাই কি দৰে কি দৰে চীনা সৈন্যৰ ওপৰত আক্ৰমণ কৰিছে আমাৰ মনত আছে বুলি উল্লেখ কৰে । ভাৰতী চৰকাৰী সূত্রৰ পৰা জানিব পৰা গৈছে । চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত সীমান্তত হতাহতি হোৱাৰ ফলত চীনা সৈন্যৰ আক্ৰমণত ভাৰতীয় সেনাৰ কৰ্ণেল সন্তোস বাবু শ্বহীদ হয় । তাৰ পাছতেই চীনা সেনা আৰু ভাৰতী সেনাৰ মাজত গুলিয়াগুলি সংঘটিত হয়। তাৰ ফলতে ভাৰতীয় ২০ জোৱান শ্বহীদ হ'বলগীয়া হয় । যাৰ বাবে ভাৰত চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে । যিহেতু ভাৰত চীনৰ সীমা বিবাদ বহু দিনৰ পৰা চলি আহিছে ।

Last Updated : Jun 18, 2020, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.