ETV Bharat / bharat

19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

author img

By

Published : Dec 9, 2020, 7:31 AM IST

'ৰানা' নামৰ এখন মাছমৰীয়া নাৱৰ পৰা মঙলবাৰে 19 বাংলাদেশী ক্ৰিউমেনক উদ্ধাৰ কৰে ভাৰতীয় উপকূলৰক্ষীয়ে ৷ যান্ত্ৰিক বিজুতিৰ বাবে ওড়িশাৰ পাৰাদ্বীপত দিশহাৰা হৈ পৰিছিল নাওখন ৷

'ৰানা' নামৰ এখন মাছমৰীয়া নাৱৰ পৰা উদ্ধাৰ
19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : 'ৰানা' নামৰ এখন মাছমৰীয়া নাৱৰ পৰা মঙলবাৰে 19 বাংলাদেশী ক্ৰিউমেনক উদ্ধাৰ কৰে ভাৰতীয় উপকূলৰক্ষীয়ে ৷ যান্ত্ৰিক বিজুতিৰ বাবে ওড়িশাৰ পাৰাদ্বীপত দিশহাৰা হৈ পৰিছিল নাওখন ৷

ভাৰতীয় উপকূলৰক্ষীৰ মতে, যান্ত্ৰিক বিজুতি হোৱা বাবে নাওখন 10 দিন ধৰি দিশহাৰা হৈ আছিল ৷

এই বাংলাদেশী নাগৰিকসকলক উদ্ধাৰৰ পাচতে দৰৱ, খাদ্য আৰু পানী প্ৰদান কৰা হয় ৷ আনহাতে, নাওখন সুকলমে উদ্ধাৰ কৰাৰ লগতে বাংলাদেশস্থিত ভাৰতীয় দূতাবাসক এই সম্পৰ্কত জানিবলৈ দিয়া হয় উপকূলৰক্ষীয়ে ৷

লগতে পঢ়ক : পোহনীয়া হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.