ETV Bharat / bharat

মাজ সাগৰত ডুবন্ত নাৱৰ পৰা উদ্ধাৰ ছজন মাছমৰীয়া

author img

By

Published : Jul 6, 2020, 5:05 AM IST

সাগৰৰ বুকুৰ পৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰৰ এটা দলে উদ্ধাৰ কৰে এটা মাছমৰীয়াৰ দল ৷ আটাইকেইজন মাছমৰীয়া শ্ৰীলংকাৰ ৷

Indian Coast Guard
Indian Coast Guard

নিউজ ডেস্ক, 6 জুলাই : ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰৰ এটা দলে, দেওবাৰে সফলতাৰে শ্ৰীলংকাৰ 6 জনকৈ মাছমৰীয়াৰ সাগৰৰ বুকুৰ পৰা উদ্ধাৰ কৰে ৷ মাৰ্চেন্ট ৱিচীলে বিশাখাপট্টনমলৈ গৈ থকা অৱস্থাত চেন্নাইৰ পাৰ প্ৰায় 170 নিউট্ৰিকেল মাইল পূৱত সাগৰৰ মাজত এখন নৌকা ডুবিবলৈ ধৰা প্ৰত্যক্ষ কৰে ৷ য'ত আছিল 6জনকৈ মাছমৰীয়া ৷ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ৱিচীলে সফলতাৰে মাছমৰীয়া ছজনক উদ্ধাৰ কৰে ৷

আটাইকেইজন মাছমৰীয়া শ্ৰীলংকাৰ বুলি জানিব পৰা গৈছে আৰু সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই শ্ৰীলংকাৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰি তেওঁলোকক সুকলমে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : মুম্বাইত তৃতীয় দিনাও অব্যাহত ধাৰাষাৰ বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.