ETV Bharat / bharat

ভাৰতীয় সৈন্যই চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব: সেনা প্ৰধান - সীমান্ত বিবাদ

চীন সীমান্তৰ ওপৰতো ভাৰতে নজৰ ৰাখিব বুলি মন্তব্য কৰে সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনেই ৷ ভাৰতে চীনৰ সৈতে থকা সীমান্ত বিবাদৰ মীমাংসা ঘটাব বুলিও তেওঁ মন্তব্য কৰে ৷

চীন সীমান্তৰ ওপৰত নজৰ ৰাখিব বুলি মন্তব্য
সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনে
author img

By

Published : Jan 1, 2020, 3:12 PM IST

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : ভাৰতৰ নৱনিৰ্বাচিত সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনেই বুধবাৰে মন্তব্য কৰে যে,ভাৰতীয় সেনাই পাকিস্তান সীমান্তৰ লগতে চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব ৷ তেওঁ লগতে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে,ভাৰতে চীনৰ সৈতে থকা সীমান্ত বিবাদৰ মীমাংসা ঘটাবলৈ সক্ষম হ'ব ৷ ভাৰতীয় সৈন্যই 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰাৰ পাচতে নৰাবনেই কয়, "আমাৰ সীমা নিয়ন্ত্ৰণ ৰেখা আছে ৷ সীমান্ত প্ৰশ্নটো এতিয়াও মীমাংসা হোৱা নাই ৷ সুখ-শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি যথেষ্ট উন্নতি সাধন কৰিছো ৷ অন্তিমটো সমাধানত উপনীত হ'বলৈ সক্ষম হ'ম ৷"

সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনে

তেওঁ লগতে কয়, "আমি সীমান্তৰ পশ্চিম দিশত মনোনিৱেশ কৰি আছিলো যদিও উত্তৰ দিশতো মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ৷ ক্ষমতাৰ বিকাশ আৰু বৃদ্ধিৰ বাবে আমি উত্তৰ সীমান্ত আৰু উত্তৰ-পূৱ ভাৰতত প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷"ভাৰত-পাকিস্তান সীমান্ত আৰু জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমা ৰেখাৰ ভাবুকি সম্পৰ্কত নৰাবনেই মন্তব্য কৰে,"আমাৰ যিবোৰ ভাবুকি আছে সেইবোৰ আমি বিশ্লেষণ কৰি আছো ৷ এই প্ৰক্ৰিয়াৰে ভাবুকিবোৰ চিনাক্ত কৰি সেইধৰণে পদক্ষেপ গ্ৰহণ কৰিম ৷"

আনহাতে,সেনা বিভাগৰ আধুনিকীকৰণ সম্পৰ্কতো তেওঁ কয়,"আধুনিকীকৰণ প্ৰাথমিক লক্ষ্য ৷ ভাবুকিসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ বহু কেইটা দীৰ্ঘকালিন পৰিকল্পনা আছে ৷ এই ভাবুকিসমূহৰ পৰিৱৰ্তন হৈ থাকে আৰু তেনেদৰে আমি আমাৰ পৰিকল্পনাসমূহ সলনি কৰো ৷"তেওঁ লগতে কয় যে, মানৱ অধিকাৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব ৷ লগতে তেওঁ কয় যে,ভাৰতীয় সেনা যুদ্ধৰ বাবে সক্ষম আৰু যিকোনো ধৰণৰ প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব পাৰে ৷

আৰু পঢ়ক : নেপাল, ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণ অমিত শ্বাহৰ

Intro:Body:

Indian Army will also focus on China border: New Army Chief

New Delhi, Jan 1 (IANS) New Indian Army Chief General Manoj Mukund Naravane said on Wednesday that the Army will focus on the border with China with equal attention as it does on the Pakistan border.

He said he is confident that India will eventually resolve the border issue with China.

"We have the Line of Actual Control. The border question (with China) is yet to be settled. We have made progress in maintaining peace and tranquillity. We will be able to set the stage for an eventual solution," General Naravane said after the Indian Army presented him a Guard of Honour.

He further stated that India has land borders with the two countries and both are equally important. "While we have been paying attention in the past to the western front, the northern front also requires equal attention. It is in that context we are doing capability development and enhancement on our northern borders, including north-east part of the country," the Army Chief said.

About India''s border with Pakistan and threats from across the Line of Control in Jammu & Kashmir, General Naravane said, "Whatever threats we have we keep analysing. This is a continuous process where we analyse threats and act accordingly."

On force modernisation, he said, "modernisation is one of the key and priorities area. We have a long term perspective plan based on the analysis of likely threat. These threats keep changing and we change our perspective plan."

He also said that special attention will be given to the issues of human rights. He said the Indian Army is battle hardened and capable of facing all challenges.

"Our priorities are always to be ever ready for all challenges and be operational ready," he said.

On Tuesday, General Naravane took charge as Chief of Army Staff succeeding General Bipin Rawat, who has been appointed India''s first Chief of the Defence Staff.

General Naravane was earlier serving as Vice Chief of Indian Army. He took charge as Vice Chief in September this year.

Before that he was heading the Eastern Command of the force, which takes care of India''s nearly 4,000-km border with China.

In his 37 years of service, General Naravane has served in numerous command and staff appointments in peace time, field and highly active counter-insurgency environments in Jammu & Kashmir and the northeast.

In a distinguished military career spanning almost four decades, the General has the distinction of holding key command and staff appointments in peace and field both in the northeast and Jammu & Kashmir and has been part of the Indian Peace Keeping Force in Sri Lanka.

The officer had commanded a Rashtriya Rifles battalion, raised an Infantry brigade, as Inspector General Assam Rifles (North) and has also commanded a prestigious Strike Corps.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.