ETV Bharat / bharat

2020 ৰ শেষত প্ৰস্তুত হৈ উঠিব ভাৰতৰ কোভিড ভেকচিনঃ ডাঃ হৰ্ষবৰ্ধন

author img

By

Published : Aug 23, 2020, 3:06 PM IST

"কোভিড 19 ভেকচিন পৰীক্ষণৰ প্ৰাৰ্থীজন ক্লিনিকেল পৰীক্ষণৰ তৃতীয় স্তৰত আছে ৷ আমি দৃঢ় বিশ্বাসী যে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভেকচিন প্ৰস্তুত হৈ উঠিব ৷" উত্তৰ প্ৰদেশৰ অন্তৰ্গত গাজিয়াবাদত NDRFৰ 10 খন বিচনাযুক্ত হাস্পতাল উদ্বোধন কৰিবলৈ গৈ এই বিষয়ে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

Harsh Vardhan
হৰ্ষ বৰ্ধন

নিউজ ডেস্ক, 23 আগষ্টঃ চলিত বৰ্ষৰ শেষৰ ভাগত কোভিড 19 ৰ বিপৰীতে ভাৰতৰ প্ৰথম ভেকচিনটো উপলব্ধ হ'ব বুলি শনিবাৰে মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ৷

লগতে পঢ়কঃ ছয়গাঁৱৰ জোৰশিমুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ এটি শিশু

"মই সুখী যে, আঠমহীয়া যুঁজৰ অন্তত ভাৰতৰ সবাতোতকৈ আৰোগ্য হোৱাৰ হাৰ 75 শতাংশ ৷ মুঠ 2.2 নিযুত লোক আৰোগ্য হৈ নিজ নিজ ঘৰলৈ উভতিছে আৰু অন্য 7 লাখো শীঘ্ৰে সুস্থ হ'ব বুলি মন্তব্য কৰে ডাঃ হৰ্ষবৰ্ধনে ৷

আমি পুনেস্থিত কেৱল এটা লেৱৰটৰীৰে যুঁজখন আৰম্ভ কৰিছিলো যদিও আমি আমাৰ ডায়েগ্ন'ষ্টিক ক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰীক্ষণৰ ক্ষমতাও শক্তিশালী কৰিবলৈ সক্ষম হৈছে ৷ আজি ভাৰতত কোভিডৰ বাবে 1,500 টা পৰীক্ষণ লেৱৰটৰী আছে ৷ শুকুৰবাৰে আমি 1 নিযুত নমুনা পৰীক্ষণ কৰিছো বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ কেন্দ্ৰক JEE আৰু NEET পৰীক্ষাসমূহ বাতিলৰ অনুৰোধ মনিশ ছিছ'দিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.