ETV Bharat / bharat

ভাৰতে শান্তি বিচাৰে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈও জানেঃ প্ৰধানমন্ত্ৰী

বিগত দশক ধৰি বিতৰ্কিত সীমা বিবাদক কেন্দ্ৰ কৰি চীন আৰু ভাৰতৰ সৈতে গলৱানত সংঘটিত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন সেনা নিহত । সংঘৰ্ষত নিহত হোৱা সেনা কেইজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

author img

By

Published : Jun 17, 2020, 5:25 PM IST

india-wants-peace-but-it-is-capable-to-give-a-befitting-reply-pm-modi

নিউজ ডেস্ক, ১৭ জুন : বিগত দশক ধৰি বিতৰ্কিত সীমা বিবাদক কেন্দ্ৰ কৰি চীন আৰু ভাৰতৰ সৈতে গলৱানত সংঘটিত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন সেনা নিহত। সংঘৰ্ষত নিহত হোৱা সেনা কেইজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

india-wants-peace-but-it-is-capable-to-give-a-befitting-reply-pm-modi
ভাৰতে শান্তি বিচাৰে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈও জানেঃ প্ৰধানমন্ত্ৰী

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে জনাই যে,যিসকল ভাৰতীয় বীৰ জোৱানে ভাৰত ভূমিৰ বাবে জীৱন আহুতি দিলে তেওঁলোকৰ তেজৰ মূল্য অথলে যাব নিদিম । আমি শান্তি বিচাৰো । যদি বিপৰীত পক্ষই শান্তিৰ সলনি হিংসাৰ জৰিয়তে আমাক অনিষ্ট কৰে তেতিয়াহলে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সক্ষম ।

  • I would like to assure the nation that the sacrifice of our jawans will not be in vain. For us, the unity and sovereignty of the country is the most important...India wants peace but it is capable to give a befitting reply if instigated: PM Narendra Modi #IndiaChinaFaceOff pic.twitter.com/kFIC3F1fE4

    — ANI (@ANI) June 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কোভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে মিলিত হোৱা বেঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা জানিব দিয়ে । লগতে বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে সকলোৱে মৌন প্ৰাৰ্থনা কৰি শ্বহীদ জোৱান কেইজনক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

লগতে পঢ়ক : চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.