ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - কৰ'ণা মহামাৰী

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি সমগ্ৰ ভাৰতবৰ্ষতে মুঠ 58,18,570 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 92,290 গৰাকীলৈ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
author img

By

Published : Sep 25, 2020, 3:59 PM IST

নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ: সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 58 লক্ষাধিক লোকলৈ ৷ বিগত 24 ঘণ্টাত 86,052 গৰাকীকৈ লোকলৈ নতুনকৈ সংক্ৰমিত হয় এই মহামাৰীৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

উল্লেখ্য ভাৰতত 58,18,570 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 92,290 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত নতুনকৈ 1,141 গৰাকী লোকে মৃত্য়ুক সাৱটি লৈছে কৰ'ণাত আক্ৰান্ত হৈ ৷ আনহাতে 25 ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি, ভাৰতত 47,56,164 গৰাকী লোকে বৰ্তমানলৈ কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি দেশত বৰ্তমালৈ 6,89,28,440 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 24 ছেপ্তেম্বৰত নতুনকৈ 14,92,409 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক: ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.