ETV Bharat / bharat

ভাৰত চৰকাৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত স্থাপন কৰিব ৰিচাৰ্ছ ৰিয়েক্টৰ - ৰিচাৰ্ছ ৰিয়েক্টৰ

ৰিচাৰ্ছ ৰিয়েক্টৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে বিকিৰণ প্ৰক্ৰিয়াৰে খাদ্য সামগ্ৰীৰ সংৰক্ষণ আৰু কৃষি ক্ষেত্ৰত কৃষকক সহায় কৰাত সহায়ক হ‘ব ৷

india-to-set-up-research-reactor-for-affordable-treatment-of-cancer-other-diseases
ভাৰত চৰকাৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত স্থাপন কৰিব ৰিচাৰ্ছ ৰিয়েক্টৰ
author img

By

Published : May 16, 2020, 8:23 PM IST

নিউজ ডেস্ক, 16 মে‘ : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে, ভাৰত চৰকাৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এক ৰিচাৰ্ছ ৰিয়েক্টৰ স্থাপন কৰিব ৷ বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ৰিচাৰ্ছ ৰিয়েক্টৰৰ স্থাপনে মেডিকেল আইচটপৰ প্ৰস্তুতকৰণৰ লগতে কেঞ্চাৰ তথা অন্য ৰোগৰ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী প্ৰস্তুতত সহায়ক হ‘ব ৷

তদুপৰি এই ৰিচাৰ্ছ ৰিয়েক্টৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে বিকিৰণ প্ৰক্ৰিয়াৰে খাদ্য সামগ্ৰীৰ সংৰক্ষণ আৰু কৃষি ক্ষেত্ৰত কৃষকক সহায় কৰাত সহায়ক হ‘ব বুলিও মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : হাৰিয়ানাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সেৱাত ব্ৰতী অসমৰ চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.