ETV Bharat / bharat

ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, এই ক্ষেত্ৰত বিচাৰ কৰাৰ প্ৰয়োজন নাই : আৰএছএছৰ মুৰব্বী - ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱতে মঙলবাৰে মন্তব্য কৰে যে, সংঘক কোনো বিচাৰধাৰাৰ জৰিয়তে বান্ধিব পৰা নাযায়, সংঘই কোনো মতবাদত বিশ্বাস নকৰে আৰু কোনো কিতাপেও সংঘক প্ৰতিনিধিত্ব নকৰে ৷ সংঘৰ মুখ্য নীতি হৈছে যে, ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু এই ক্ষেত্ৰত কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত
author img

By

Published : Oct 2, 2019, 12:42 PM IST

নেশ্বনেল ডেস্ক, 2 অক্টোবৰ : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱতে মঙলবাৰে মন্তব্য কৰে যে, সংঘক কোনো বিচাৰধাৰাৰ জৰিয়তে বান্ধিব পৰা নাযায়, সংঘই কোনো মতবাদত বিশ্বাস নকৰে আৰু কোনো কিতাপেও সংঘক প্ৰতিনিধিত্ব নকৰে ৷

সংঘৰ মুখ্য নীতি হৈছে যে, ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু এই ক্ষেত্ৰত কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই ৷

"সংঘৰ মতাদৰ্শ হিচাপে অন্য কোনো মন্তব্য কৰাটো সম্পূৰ্ণ ভুল ৷ সংঘৰ প্ৰতিষ্ঠাপক ড: হেডজৱাৰে কেতিয়াও সংঘক সম্পূৰ্ণৰূপে বুজি পাইছে বুলি মন্তব্য কৰা নাছিল ৷ বহু সময় ধৰি সংঘৰ পৰিচালক হোৱাৰ পাছতো গুৰুজীয়ে মন্তব্য কৰিছিল য়ে, তেওঁ লাহে লাহে সংঘক বুজিবলৈ আৰম্ভ কৰিছে ৷" মোহন ভাগৱতে মন্তব্য কৰে ৷

গ্ৰন্থাকাৰ সুনীল আম্বেকাৰৰ দ্বাৰা লিখিত 'আৰএছএছ, 21 শতিকাৰ মানচিত্ৰ' (RSS, ROADMAP FOR THE 21ST CENTURY) নামৰ গ্ৰন্থখনৰ উন্মোচনৰ সময়ত এনেদৰে মন্তব্য কৰে মোহন ভাগৱতে ৷ তেওঁ লগতে কয় যে, আৰএছএছৰ কোনো বিচাৰক নাই আৰু ভগৱান হনুমান, মাৰাঠী ৰজা শিৱাজী আৰু হেডজৱাৰ আৰএছএছৰ আদৰ্শ ৷

সমাজলৈ সংঘৰ দায়িত্ব সম্পৰ্কত তেওঁ মন্তব্য কৰে যে, মানৱ জাতিৰ মাজলৈ পৰিৱৰ্তন অনাই সংঘৰ মুখ্য উদ্দেশ্য ৷ সংঘই সমগ্ৰ সমাজক সংগঠিত হোৱাটো বিচাৰে ৷ সুনীল আম্বেকাৰৰ গ্ৰন্থখনে সংঘৰ মূল্যবোধক পৰিচিত কৰোৱাত সহায় কৰিব বুলি জানিবলৈ দিয়ে মোহন ভাগৱতে ৷

Intro:आरएसएस प्रमुख ने एक बार फिर बड़ा बयान देते हुए कहा है कि आरएसएस के बारे में सब कुछ बदला जा सकता है सिवाय इसके की ये देश एक हिन्दू राष्ट्र है । राष्ट्रीय स्वयं सेवक संघ के सरसंघचालक मोहन भागवत ने आज दिल्ली में एक कार्यक्रम के दौरान संघ के संस्थापक और प्रथम सरसंघचालक केशव बलीराम हेडगेवार की बात को दोहराते हुए ये कहा ।
मोहन भागैत संघ प्रचारक सुनील अंबेकर के द्वारा लिखी गई किताब 'The RSS - Roadmaps for the 21st Century' के लोकार्पण के लिये बतौर मुख्य अतिथी कार्यक्रम में मौजूद थे ।

Body:मोहन भागवत ने अपनी बात को दोहराते हुए कहा कि जब तक इस धरती पर हिन्दू जीवित है भारत एक हिन्दू राष्ट्र रहेगा ।
संघ प्रमुख ने इंडिया इंटरनेशनल सेंटर में एकत्रित लोगों को संबोधित करते हुए कहा कि संघ चाहता है कि पूरा समाज संगठित हो कर देश के लिये काम करे ।
मोहन भागवत ने 'संघ आइडियोलॉजी' और 'संघ आइडोलॉग' जैसे शब्दों के प्रयोग को भी खारिज करते हुए कहा कि संघ की कोई आइडियोलॉजी नहीं है और न ही संघ किसी 'आईडोलॉग' जैसे शब्द में विश्वास रखता है ।
संघ प्रचारक सुनील अंबेकर की लिखी किताब के विमोचन कार्यक्रम में देश के पूर्व मुख्य न्यायाधीश केजी बालाकृष्णन भी बतौर विशिष्ट अतिथी पहुँचे थे ।
इसके अलावा कार्यक्रम में शिरकत करने मोदी सरकार में मंत्री नितिन गडकरी, प्रकाश जावड़ेकर, प्रह्लाद सिंह पटेल, स्मृति ईरानी, धर्मेंद्र प्रधान समेत भाजपा के कई बड़े नेता और सांसद भी पहुँचे थे ।

Conclusion:संघ के द्वारा भारत को हिन्दू राष्ट्र कहने पर विपरीत विचारधारा से विरोध और प्रतिक्रिया आना लाज़मी है । ऐसे में देखने वाली बात होगी कि आरएसएस प्रमुख के इस बयान को अन्य राजनीतिक पार्टियाँ किस तरह से देखती है और इस पर उनका रुख क्या रहता है ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.