ETV Bharat / bharat

নকল চিগাৰেটৰ পৰা সাৱধান!

নকল চিগাৰেট প্ৰস্তুতৰ বাবে ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কাৰখানা স্থাপন ৷ এই কাৰখানা সমূহত তৈয়াৰ কৰা হয় দামী বিদেশী ব্ৰেণ্ডৰ নকল চিগাৰেট ৷

নকলী চিগাৰেট প্ৰস্তুতকেন্দ্ৰলৈ পৰিণত ভাৰত
author img

By

Published : Jun 29, 2019, 7:41 PM IST

নিউজ ডেস্ক, 29 জুন: নকল চিগাৰেট প্ৰস্তুতকৰণত বিশ্বৰ চতুৰ্থ স্থানত ভাৰত ৷ নকল চিগাৰেট প্ৰস্তুতিৰ বাবে ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কাৰখানা স্থাপন ৷ এই কাৰখানা সমূহত তৈয়াৰ কৰা হয় দামী বিদেশী ব্ৰেণ্ডৰ চিগাৰেটৰ নকল ৷ Industries Development Regulation Act (IDR) Act ,1951ত থকা বিসংগতি সমূহৰ বাবে এই নকলৰ ৰমৰমীয়া বেহা চলি আছে ৷ ইয়াৰ ফলস্বৰূপে ভাৰতে বছৰি 13000 কোটি টকাৰ ৰাজহ লোকচান ভুগিব লগা হৈছে ৷ Industries Development Regulation Act (IDR) Act, 1951 চৰকাৰে অতি শীঘ্ৰে সংশোধন নকৰিলে আৰু অধিক লোকচানৰ সন্মুখীন হ'ব ভাৰত ৷

ETV BHARAT ASSAM

India fast becoming hub of spurious cigarette manufacturing in world

নকলী চিগাৰেট প্ৰস্তুতকেন্দ্ৰলৈ পৰিণত ভাৰত

নিউজ ডেস্ক, 29 জুন: নকলী চিগাৰেট প্ৰস্তুতকৰণত বিশ্বৰ তৃতীয় স্থানত ভাৰত ৷ নকলী চিগাৰেট প্ৰস্তুতিৰ বাবে ৰাজাস্থান, পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কাৰখানা স্থাপন ৷ এই কাৰখানা সমূহত তৈয়াৰ কৰা হয় দামী বিদেশী ব্ৰেণ্ডৰ চিগাৰেটৰ নকল ৷  Industries Development Regulation Act (IDR) Act 1951ত থকা বিসংগতি সমূহৰ বাবে এই নকলৰ ৰমৰমিয়া বেহা চলি আছে ৷ ইয়াৰ ফলস্বৰূপে ভাৰতে বছৰী 13000 কোটী টকা লোকচানত ভোগিব লগা হৈছে ৷ Industries Development Regulation Act (IDR) Act 1951 চৰকাৰে অতি শিঘ্ৰে সংসোধন নকৰিলে চৰকাৰে ইয়াত থকা সোৰোঙা বোৰৰ বাবে আৰু বেচি লোকচানক সন্মোখীন হ’ব লাগিব ৷ 
768-512-3695418-thumbnail-3x2-cig.jpg

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.