ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Aug 31, 2020, 1:24 PM IST

ভাৰতত বিগত 24 ঘণ্টাত 78,512 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ 31 আগষ্টলৈ দেশত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় 36,21,245 গৰাকীলৈ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 31 আগষ্ট: বিগত 24 ঘণ্টাত ভাৰতত 78,512 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে দেশত 36,21,245 গৰাকী লোকলৈ বৃদ্ধি পায় আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে এই তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

আনহাতে বিগত 24 ঘণ্টাত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে 971 গৰাকী লোকৰ ৷ ইয়াৰ সমান্তৰালতৈ 31 আগষ্টলৈ দেশত মৃতকৰ সংখ্যা 64,469 গৰাকীলৈ বৃদ্ধে পায় ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

অৱশ্যে এই পৰ্যন্ত দেশত 27,74,801 তকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতিও লাভ কৰিছে ৷ এই মহামাৰীৰ পৰা অব্যাহতি লাভ কৰা লোকৰ হাৰ হৈছে 76.62 শতাংশ ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমান 7,81,975 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে, যি মুঠ আক্ৰান্তৰ 21.59 শতাংশ ৷

লগতে পঢ়ক: COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.