ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

author img

By

Published : Oct 8, 2020, 1:42 PM IST

ভাৰতত অভিলেখ সংখ্যক 68,35,655 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এটা দিনৰ ভিতৰতে সৰ্বাধিক ভাইৰাছবিধত আক্ৰান্ত হৈছে 78,524 গৰাকী লোক ৷ আইচিএমআৰৰ তথ্য অনুসৰি, বুধবাৰৰ দিনটোলৈকে 11,94,321 গৰাকী লোকৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

India Covid 19 tracker State wise report Etv bharat news
কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

হায়দৰাবাদ,8 অক্টোবৰ: ভাৰতত এটা দিনৰ ভিতৰতে সৰ্বাধিক 78,524 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ এই বৰ্ধিত সংখ্যাৰ ফলত দেশখনত মুঠ আক্ৰান্তৰ সংখ্যাই 68 লক্ষাধিকৰ সীমা অতিক্ৰম কৰিছে ৷ 58,27,704 গৰাকী লোকে বৰ্তমান এই ভাইৰাছবিধৰ দ্বাৰা আৰোগ্য লাভ কৰা বুলি বৃহস্পতিবাৰে সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

India Covid 19 tracker State wise report Etv bharat news
ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

ইফালে, আক্ৰান্ত সকলৰ ভিতৰত 1,05,526 গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷ সম্প্ৰতি এই ভাইৰাছত আক্ৰান্ত হৈ আছে 9,02,425 গৰাকী লোক ৷

লগতে চাওকঃ অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.