ETV Bharat / bharat

দ্বিতীয়বাৰৰ বাবে কে-4 পৰমাণু-সক্ষম বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

author img

By

Published : Jan 25, 2020, 8:35 AM IST

দ্বিতীয়বাৰৰ বাবে চাবমেৰিন চালিত কে-4 পৰমাণু- সক্ষম বেলিষ্টিক মিছাইলৰ সফলভাৱে পৰীক্ষণ কৰে ভাৰতে ৷ ডিআৰডিঅ’-এ বিকশিত কৰা এই মিছাইলৰ সীমা 3,500 কিঃমি ৷

India carries out second successful test of k 4 ballistic missile in last six days
দ্বিতীয়বাৰৰ বাবে কে-4 পৰমাণু-সক্ষম বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

নেশ্যনেল ডেস্ক, 25 জানুৱাৰীঃ শুক্ৰবাৰে বিশাখাপট্টনামৰ উপকুলত যোৱা পাঁচ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চাবমেৰিন চালিত কে-4 পৰমাণু- সক্ষম বেলিষ্টিক মিছাইলৰ সফলভাৱে পৰীক্ষণ কৰে ভাৰতে ৷

ইয়াৰ এগৰাকী বিষয়াই কয় যে ডিআৰডিঅ’-এ বিকশিত কৰা এই মিছাইলৰ সীমা 3,500 কিঃমি ৷ এই মিছাইল পাকিস্তানৰ বিস্তাৰ অঞ্চল আৰু চীনৰ বিভিন্ন ক্ষেত্ৰলৈ পৰিসৰিত হোৱাৰ সক্ষমতা ৰাখে ৷ এই মিছাইল ভাৰতৰ চাবমেৰিন শক্তিক বৃদ্ধি কৰাৰ উদ্দেশ্যে ইয়াক বিকশিত কৰা হৈছে ৷ লগতে বিষয়াগৰাকীয়ে যোৱা পাঁচদিনত একেৰাহে দ্বিতীয়বাৰৰ বাবে সফল পৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে ৷ ই পানীৰ তলৰ এখন মঞ্চৰ পৰা উলিয়াই পৰীক্ষণ ঘটোৱা হৈছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে ভাৰতে নিজৰ প্ৰতিৰক্ষা শক্তিক বৃদ্ধি কৰিবলৈ নতুন নতুন মিছাইলৰ সফলভাৱে পৰীক্ষণ ইতিমধ্যে চলাই আছে ৷ ইয়াৰ ভিতৰত 5000 কিঃমি পৰিসৰ বিস্তাৰিত কৰিব পৰা মিছাইল অগ্নি-5 অন্তৰ্ভুক্ত ৷

আৰু পঢ়কঃ গগণযান ব্যোমিত্ৰঃ ভাৰতৰ প্ৰথম মানৱ সদৃশ ৰবটৰূপে প্ৰেক্ষাপিত কৰা হ’ব মহিলা ৰবট

Intro:Body:

https://www.aninews.in/news/national/general-news/india-carries-out-second-successful-test-of-k-4-ballistic-missile-in-last-six-days20200124203950/

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.