নিউজ ডেস্ক, 12 আগষ্টঃ ভাৰতীয় ৰেল বিভাগে দেওবাৰে পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ কথা ঘোষণা কৰিছে ৷ দিল্লীৰ পৰা আটাৰীলৈ যোৱা ৰেলখনৰ সেৱা প্ৰথমে বাতিল কৰিছিল পাকিস্তানে ৷ ধাৰা 370 উঠাই লোৱাৰ পিছতে এই সিদ্ধান্ত লৈছিল পাকিস্তানে ৷
ভাৰতীয় ৰেলসেৱাৰ CPRO দিপক কুমাৰে জানিবলৈ দিয়া মতে পাকিস্তানৰ ৰেলসেৱা বাতিলৰ সিদ্ধান্ত মৰ্মে লাহোৰৰ পৰা আটাৰীলৈ যোৱা সমঝোতা এক্সপ্ৰেছ 14607/14608 আৰু দিল্লীৰ পৰা আটাৰীলৈ যোৱা সমঝোতা লিংক এক্সপ্ৰেছ 14001/14002ৰ সেৱা বাতিল কৰা হৈছে ৷
পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ ঘোষণা ভাৰতৰ

নিউজ ডেস্ক, 12 আগষ্টঃ ভাৰতীয় ৰেল বিভাগে দেওবাৰে পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ ঘোষণা কৰিছে ৷ দিল্লীৰ পৰা আটাৰীলৈ যোৱা ৰেলখনৰ সেৱা প্ৰথমে বাতিল কৰিছিল পাকিস্তানে ৷ ধাৰা 370 উঠাইলোৱাৰ পিছতে এই সিদ্ধান্ত লৈছিল পাকিস্তানে ৷
ভাৰতীয় ৰেলসেৱাৰ CPRO দিপক কুমাৰে জানিবলৈ দিয়া মতে পাকিস্তানৰ ৰেলসেৱা বাতিলৰ সিদ্ধান্ত মতে লাহোৰৰ পৰা আটাৰীলৈ যোৱা সমঝোতা এক্সপ্ৰেছ 14607/14608 আৰু দিল্লীৰ পৰা আটাৰীলৈ যোৱা সমঝোতা লিংক এক্সপ্ৰেছ 14001/14002ৰ সেৱা বাতিল কৰা হৈছে ৷
1972ৰ চিমলা চুক্তিৰ স্বাক্ষৰৰ পিছত 1976ত এই ৰেল সেৱা আৰম্ভ কৰা হৈছিল ৷ ভআৰতৰ দিল্লীৰ পৰা পাকিস্তানৰ আটাৰীলৈ সপ্তাহত দুবাৰকৈ চলিছিল ৰেলখন ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে সমঝোতা এক্সপ্ৰেছৰ সেৱা এই বছৰৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ পিছত বাতিল কৰা হৈছিল যদিও পৰবৰ্তি সময়ত আকৌ নিয়মিয়া কৰা হৈছিল ৷