নিউজ ডেস্ক, ২৩ মে': ভাৰতীয় জনতা পাৰ্টীৰ বিপুল জয়ৰ পাছতে নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ এক টুইটৰ জৰিয়তে ইমৰাণ খানে মোদীৰ বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ সৈতে শান্তি - সম্প্ৰীতিৰ দিশত কাম কৰি যাবলৈ আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মিছিল ৷
পুনৰ মোদী চৰকাৰ : শুভকামনা যাচিলে ইমৰাণ খানে - শান্তি - সম্প্ৰীতিৰ আলোচনা
লোকসভা নিৰ্বাচনত পুনৰ জয়ী হোৱা নৰেন্দ্ৰ মোদীক তেওঁৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ এক টুইটৰ জৰিয়তে তেওঁ শান্তি - সম্প্ৰীতিৰ দিশত একেলগে কাম কৰি যাব বুলিও আশা প্ৰকাশ কৰে ৷
পুনৰ মোদী চৰকাৰ : শুভকামনা যাচিলে ইমৰাণ খানে
নিউজ ডেস্ক, ২৩ মে': ভাৰতীয় জনতা পাৰ্টীৰ বিপুল জয়ৰ পাছতে নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ এক টুইটৰ জৰিয়তে ইমৰাণ খানে মোদীৰ বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ সৈতে শান্তি - সম্প্ৰীতিৰ দিশত কাম কৰি যাবলৈ আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মিছিল ৷
IMRAN KHAN CONGRATULATES MODI ON HIS VICTORY
পুনৰ মোদী চৰকাৰ : শুভকামনা যাচিলে ইমৰাণ খানে
নিউজ ডেস্ক, ২৩ মে': ভাৰতীয় জনতা পাৰ্টিৰ বিপুল জয়ৰ পাছতে নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাবাণী প্ৰদান কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ এক টুইটৰ জৰিয়তে ইমৰাণ খানে মোদীৰ বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ সৈতে শান্তি - সম্প্ৰীতিৰ দিশত কাম কৰি যাবলৈ আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মিছিল ৷ সেয়েহে শান্তি - সম্প্ৰীতিৰ দিশত কাম কৰাৰ লগতে বৈদেশিক সম্পৰ্ক উন্নত কৰাৰ দিশত মনোনিৱেশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷