ETV Bharat / bharat

কোন হ'ব আইচিচিৰ নতুন অধ্যক্ষ !

আন্তঃৰ্জাতিক ক্ৰিকেট সন্থা চমুকৈ ICC ৰ অধ্যক্ষ পদৰ বাবে আৰম্ভ হৈছে নিৰ্বাচন । এই পদৰ বাবে আবেদনৰ অন্তিম দিন ১৮ অক্টোবৰ।

ICC chairperson's election: No news on associate directors

author img

By

Published : Oct 14, 2020, 9:54 PM IST

নিউজ ডেস্ক,১৪অক্টোবৰঃ আন্তঃৰ্জাতিক ক্ৰিকেট সন্থা চমুকৈ ICC ৰ অধ্যক্ষ পদৰ বাবে আৰম্ভ হৈছে নিৰ্বাচন । কিন্তু এই নিৰ্বাচন প্ৰক্ৰিয়া তিনি নিৰ্দেশকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বলৈ বাকি আছে।

সোমবাৰে এক বিবৃতিত প্ৰকাশ কৰা অনুযায়ী নিৰ্দেশক মণ্ডলিৰ দ্বাৰা অনুস্থিত হ'ব লগা অধ্যক্ষ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে ১৮অক্টোবৰৰ ভিতৰত জমা দিব লাগিব আবেদন আৰু বাকী থকা তিনি নিৰ্দেশকৰ নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুস্থিত হ'ব।

অধ্যক্ষ পদৰ বাবে নিৰ্বাচন
অধ্যক্ষ পদৰ বাবে নিৰ্বাচন

ছিংগাপুৰৰ ইমৰান খাব্জা, মালেয়েছিয়াৰ মহিদা বলীপুৰম আৰু স্কটলেণ্ডৰ বায়ন হৈছে ICCৰ ব’ৰ্ডৰ নিৰ্দেশক । এই তিনি গৰাকী নিৰ্দেশকে আগন্তুক নিৰ্বাচন প্ৰক্ৰিয়াত ভাগ ল'ব; কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই তিনি নিৰ্দেশকৰ দায়িত্ব ভাৰ কোনে গ্ৰহণ কৰিব আগন্তুক দিনত । এই সন্দৰ্ভত ICCৰ ভিতৰ মহলত এক চৰ্চা চলি আছে যদিও নিৰ্বাচনৰ অন্ততহে ইয়াৰ প্ৰকৃত ফলাফল পোৱা যাব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.