প্ৰয়াগৰাজ, ২৭ ফেব্ৰুৱাৰীঃ প্ৰয়াগৰাজত ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়াৰ আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰয়াগৰাজত থকা নিজ বাসগৃহত মঙলবাৰে ৰহস্যজনকভাৱে আত্মহত্যাৰ পথ বাচি লয় ভাৰতীয় বায়ু সেনাৰ বিষয়াঅৰবিন্দ সিনহাই।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জন-সম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল বিষয়াজন। আত্মহত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।
প্ৰয়াগৰাজত ভাৰতীয় বায়ু সেনাৰ বিষয়াৰ আত্মহত্যা - IAF officer commits suicide in Prayagraj
নিজা বাসগৃহত ৰহস্যজনকভাৱে আত্মহনন
প্ৰয়াগৰাজত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ আত্মহত্যা
প্ৰয়াগৰাজ, ২৭ ফেব্ৰুৱাৰীঃ প্ৰয়াগৰাজত ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়াৰ আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰয়াগৰাজত থকা নিজ বাসগৃহত মঙলবাৰে ৰহস্যজনকভাৱে আত্মহত্যাৰ পথ বাচি লয় ভাৰতীয় বায়ু সেনাৰ বিষয়াঅৰবিন্দ সিনহাই।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জন-সম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল বিষয়াজন। আত্মহত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।
IAF officer commits suicide in Prayagraj