ETV Bharat / bharat

সীমান্তত ভাৰতীয় বায়ুসেনাৰ কুচ-কাৱাজ

পাকিস্তানী বায়ু সেনাৰ তাৎক্ষণিক আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই হ'ব পৰা সংঘৰ্ষৰ বাবে নিজকে প্ৰস্তুত কৰাৰ উদ্দেশ্যে কুচ-কাৱাজত অংশ লৈছে ভাৰতীয় বায়ুসেনাই৷

etv bharat
author img

By

Published : Mar 15, 2019, 1:55 PM IST

নিউজ ডেস্ক, 15 মাৰ্চ: জম্মু-কাশ্মীৰ আৰু পঞ্জাৱ সীমান্তত ভাৰতীয় বায়ুসেনাৰ কুচ-কাৱাজ৷ যুঁজাৰু বিমান আৰু ফ্ৰণ্টলাইন এয়াৰক্ৰাফ্টৰে কুচ-কাৱাজত অংশ লয় বায়ুসেনাৰ বৈমানিকে৷

পাকিস্তানী বায়ু সেনাৰ তাৎক্ষণিক আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই হ'ব পৰা সংঘৰ্ষৰ বাবে নিজকে প্ৰস্তুত কৰাৰ উদ্দেশ্যে কুচ-কাৱাজত অংশ লৈছে ভাৰতীয় বায়ুসেনাই৷ পুলৱামা আক্ৰমণৰ পাচৰে পৰাই যিকোনো কুটাঘাতৰ বাবে সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা৷ উল্লেখ্য যে, 26 ফেব্ৰুৱাৰীত পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ভাৰতীয় বায়ুসেনাৰ বৈমানিকে হত্যা কৰিছিল 300 জনকৈ সন্ত্ৰাসবাদী৷

IAF carries out major readiness exercise along PAK border

সীমান্তত ভাৰতীয় বায়ুসেনাৰ কুচ-কাৱাজ

নিউজ ডেস্ক, 15 মাৰ্চ: জম্মু-কাশ্মীৰ আৰু পঞ্জাৱ সীমান্তত ভাৰতীয় বায়ুসেনাৰ কুচ-কাৱাজ৷  যুঁজাৰু বিমান আৰু ফ্ৰণ্টলাইন এয়াৰক্ৰাফ্টৰে কুচ-কাৱাজত অংশ লয় বায়ুসেনাৰ বৈমানিকে৷ 

পাকিস্তানী বায়ু সেনাৰ তাৎক্ষণিক আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই হ'ব পৰা সংঘৰ্ষৰ বাবে নিজকে প্ৰস্তুত কৰাৰ উদ্দেশ্যে কুচ-কাৱাজত অংশ লৈছে ভাৰতীয় বায়ুসেনাই৷ পুলৱামা আক্ৰমণৰ পাচৰে পৰাই যিকোনো কুটাঘাতৰ বাবে সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা৷ উল্লেখ্য যে, 26 ফেব্ৰুৱাৰীত পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ভাৰতীয় বায়ুসেনাৰ বৈমানিকে হত্যা কৰিছিল 300 জনকৈ সন্ত্ৰাসবাদী৷  
mig21feb27_q6r1ySp.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.