ETV Bharat / bharat

C-17 বিমানৰে অমৰনাথ যাত্ৰীক এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ

ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰীক এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷

C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ
author img

By

Published : Aug 3, 2019, 7:32 PM IST

নিউজ ডেস্ক, 3 জুলাই: ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷ এখন C-17 Globemaster বিমানে এবাৰত 230 গৰাকী লোক কঢ়িয়াব পাৰে ৷ জম্মু চৰকাৰে এক অধিসূচনা জড়িয়তে অমৰনাথ যাত্ৰীসমূহক যিমান পাৰে সোনকালে নিজৰ ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

ETV BHARAT ASSAM
C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ
চিনাৰ কৰ্পচৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল কে জে এচ ধিল্লনে শুকুৰবাৰে এক সংবাদ মেলত ঘোষণা কৰে যে পাকিস্তান সেনায়ে সন্ত্ৰাসবাদীৰ লগত মিলি অমৰনাথৰ তীৰ্থ যাত্ৰী সকলক লক্ষ্য কৰি কুটাঘাটৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ পিছতে সস্তম হৈ পৰিছে সেনা ৷উল্লেখ্য যে, সেনাৰ তথ্য মতে জৈচ-এ-মহম্মদৰ সন্ত্ৰাসবাদীয়ে দিনে নিশায়ে পাক অধিক্ৰীত কাশ্মীৰৰ ফালৰ পৰা সন্ত্ৰাসবাদী ভাৰতলৈ পথাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

IAF C-17s to AIRLIFT AMARNATH YATRA PILGRIMS ON JK GOVT. REQUEST

C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ

নিউজ ডেস্ক, 3 জুলাই: ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷ এখন C-17 Globemaster বিমানে এবাৰত 230 গৰাকী লোক কঢ়িয়াব পাৰে ৷ জম্মু চৰকাৰে এক অধিসূচনা জড়িয়তে অমৰনাথ যাত্ৰীসমূহক যিমান পাৰে সোনকালে নিজৰ ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷
চিনাৰ কৰ্পচৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল কে জে এচ ধিল্লনে শুকুৰবাৰে এক সংবাদ মেলত ঘোষণা কৰে যে পাকিস্তান সেনায়ে সন্ত্ৰাসবাদীৰ লগত মিলি অমৰনাথৰ তীৰ্থ যাত্ৰী সকলক লক্ষ্য কৰি কুটাঘাটৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ পিছতে সস্তম হৈ পৰিছে সেনা ৷
উল্লেখ্য যে, সেনাৰ তথ্য মতে জৈচ-এ-মহম্মদৰ সন্ত্ৰাসবাদীয়ে দিনে নিশায়ে পাক অধিক্ৰীত কাশ্মীৰৰ ফালৰ পৰা সন্ত্ৰাসবাদী ভাৰতলৈ পথাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
IAF_5SC4gPG_imf8QVj_DNdKkrh.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.