ETV Bharat / bharat

হায়দৰাবাদত নিৰ্বাচনৰ পূৰ্বেই জব্দ 9.45 কোটি টকাসহ 40 কিলোগ্ৰাম গাঞ্জা - Rs 9.45 Crore Seized

লোকসভা নিৰ্বাচনৰ পূৰ্বেই তেলেংগানা আৰক্ষীয়ে হায়দৰাবাদৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধনসহ অবৈধ গাঞ্জা

গাঞ্জা জব্দ
author img

By

Published : Apr 6, 2019, 2:51 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিলঃ নিৰ্বাচনৰ পূৰ্বেই হায়দৰাবাদ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নগদ ধনসহ বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী ৷ হায়দৰাবাদ আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে প্ৰকাশ কৰিছে এই কথা ৷

আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত নগদ 9.45 কোটি টকা, 40 কিলোগ্ৰাম গাঞ্জা, 9.15 লাখ টকা মূল্যৰ সোণ, 3.73 লাখ টকা মূল্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া সামগ্ৰী, 135 লিটাৰ অবৈধ সুৰা আৰু 11 বেগ গুটখা আছে ৷

হায়দৰাবাদৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত কে এছ ৰাও আৰু তেওঁৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে চহৰখনৰ বিভিন্ন স্থানৰ পৰা এইসমূহ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে ৷

Hyderabad Police Seized Cash worth Rs 9.45 Crore, 40 KG cannabis 

Hyderabad Police
Cash Seized in Hyderabad
Rs 9.45 Crore Seized 
40 KG Cannabis Seized

হায়দৰাবাদ আৰক্ষী
টকা জব্দ 
গাঞ্জা জব্দ 
9.45 কোটি টকা জব্দ 
40 কিলোগ্ৰাম গাঞ্জা জব্দ 

নিৰ্বাচনৰ পূৰ্বেই জব্দ 9.45 কোটি টকাসহ 40 কিলোগ্ৰাম গাঞ্জা 

লোকসভা নিৰ্বাচনৰ পূৰ্বেই তেলেংগানা আৰক্ষীয়ে হায়দৰাবাদৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমানৰ নগদ ধনসহ অবৈধ গাঞ্জা ৷ 

নিউজ ডেস্ক, 6 এপ্ৰিলঃ নিৰ্বাচনৰ পূৰ্বেই হায়দৰাবাদ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নগদ ধনসহ বৃহৎ পৰিমানৰ আপত্তিজনক সামগ্ৰী ৷ হায়দৰাবাদ আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে প্ৰকাশ কৰিছে এই কথা ৷ 

আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত নগদ 9.45 কোটি টকা, 40 কিলোগ্ৰাম গাঞ্জা, 9.15 লাখ টকা মূল্যৰ সোণ, 3.73 লাখ টকা মূল্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া সামগ্ৰী, 135 লিটাৰ অবৈধ সুৰা আৰু 11 বেগ গুটখা আছে ৷ 

হায়দৰাবাদৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত কে এছ ৰাও আৰু তেঁওৰ নেতৃত্বৰ অভিযানকাৰী দলে চহৰখনৰ বিভিন্ন স্থানৰ পৰা এইসমূহ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.