ETV Bharat / bharat

'চীনৰ সৈতে ভাৰতে কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত?', প্ৰশ্ন ৰাহুল গান্ধীৰ - সীমা বিবাদ

ভাৰত-চীনৰ সীমা বিবাদ আৰু অন্য সংঘৰ্ষ সমূহক কেন্দ্ৰীকৰণ কৰি নিজ মন্তব্য আগবঢ়োৱা তৃতীয়টো ভিডিঅ’ শৃংখলাত বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘‘চীনৰ সৈতে ভাৰতে কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত?’’

Rahul Gandhi 3rd video of Indo-China faceoff
ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত ৰাহুল গান্ধীৰ তৃতীয়টো ভিডিঅ’ শৃংখলা
author img

By

Published : Jul 23, 2020, 12:51 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই : চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে চলি থকা সীমা বিবাদ আৰু অন্য সংঘৰ্ষসমূহক কেন্দ্ৰীকৰণ কৰি নিজ মন্তব্য আগবঢ়োৱা ভিডিঅ’ শৃংখলাত বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘‘চীনৰ সৈতে ভাৰতে কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত?’’

বুধবাৰে ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে, ‘‘চীনৰ সৈতে ভাৰতে কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত ? ৰাহুল গান্ধীয়ে কাইলৈ পুৱা 10 বজাত স্পষ্ট কৰিব’’ ৷

ইয়াৰ পূৰ্বে 17 আৰু 18 জুনত ৱায়নাড সাংসদে দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত ড্ৰেগনৰ সৈতে চলি থকা মতানৈক্যৰ অৱসান ঘটাবলৈ কেন্দ্ৰক আক্ৰমণ কৰিছিল ৷

লগতে উল্লেখ কৰা হয় যে, চীনে এতিয়াও ভাৰতৰ ভূমি দখল কৰি আছে ৷ আনহাতে, যোৱা 20 জুনত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে, ‘‘তেওঁ শাসনত আহিবলৈ এখন নকল শক্তিশালী ছবি প্ৰস্তুত কৰিছে, যিয়ে এতিয়া ভাৰতৰ আটাইতকৈ বেছি দুৰ্বলতা হৈ পৰিছে ৷ কিয়নো তেওঁৰ ‘56 ইঞ্চি’ৰ বিচাৰৰ প্ৰতিৰক্ষা কৰিবলৈ বাকী আছে’’ ৷

লগতে পঢ়ক : মণিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.