ETV Bharat / bharat

কিমান শীঘ্ৰে ভুক্তভোগীয়ে পায় ন্যায় ?

author img

By

Published : Dec 22, 2019, 2:54 PM IST

Updated : Dec 22, 2019, 3:20 PM IST

আপোনাৰ বিশ্বাস হয়নে যে, গোচৰ সমূহৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে যিবোৰ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে, সেই আদালতসমূহতো গোচৰ নিষ্পত্তি হ'বলৈ 10 বছৰতকৈও অধিক সময়ৰ প্ৰয়োজন হয় ?

কিমান শীঘ্ৰে ভূক্তভূগীয়ে পায় ন্যায়?
কিমান শীঘ্ৰে ভূক্তভূগীয়ে পায় ন্যায়?

নিউজ ডেস্ক, 22 ডিচেম্বৰ: অলপতে সংঘটিত হোৱা দীশা হত্যাকাণ্ডৰ পিছত হাইদৰাবাদতো এখন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা বিষয়টোৰ সন্দৰ্ভত আলোচনা অব্যাহত আছে ৷

Etv Bharat Assam
কিমান শীঘ্ৰে ভূক্তভূগীয়ে পায় ন্যায়?

জানিব পৰা মতে ক্ষীপ্ৰ ন্যায় পেৱা ৰাজ্য সমূহৰ ভিতৰত জম্মু-কাশ্মীৰ আৰু মধ্য প্ৰদেশ ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত থকাৰ বিপৰীতে বিহাৰ আৰু তেলেংগানাৰ স্থান অতি নিম্ন ৷ এই বৰ্ষৰ 31 মাৰ্চৰ নিৰিখ অনুসৰি ফাষ্ট ট্ৰেক আদালতসমূহত এই পৰ্যন্ত মুঠ 6 লাখ গোচৰ বিচাৰধীন হৈ আছে ৷ এই গোচৰ সমূহৰ ভিতৰত বেছিভাগেই উত্তৰ প্ৰদেশৰ ৷ আনহাতে বিহাৰতো প্ৰায় এক তৃতীয়াংশ গোচৰ বিচাৰধীন অৱস্থাত আছে ৷

2017 বৰ্ষৰ 'ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা সংস্থা'ৰ তথ্য অনুসৰি ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্যতেই 12 শতাংশ গোচৰ নিষ্পত্তি হ'বলৈ 10 বছৰতকৈও অধিক সময়ৰ প্ৰয়োজন ৷

বৰ্তমান ভাৰতত ফাষ্ট ট্ৰেক আদালতৰ সংখ্যা মুঠ 581 খন ৷ কিন্তু এই আদালত সমূহৰ অৱস্থা নিচেই শোচনীয় ৷ পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ এই আদালত সমূহত ৷ দেশত হৈ থকা নিৰ্যাতনৰ ঘটনা সমূহৰ ক্ষীপ্ৰ বিচাৰ হোৱাৰ উদ্দেশ্যে নিৰ্ভয়া পুঁজিৰ পৰা মুঠ 1023 খন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হ'ব বুলি চলিত বৰ্ষৰ আগষ্ট মাহত ভাৰত চৰকাৰে ঘোষণা কৰে ৷

---------- Forwarded message ---------
From: Verghese P <verghese.p@etvbharat.com>
Date: Thu, Dec 5, 2019 at 8:06 PM
Subject: Fwd: న్యాయం ఎంత సత్వరం?
To: PraveenKumar K <praveenkumar.k@etvbharat.com>, Vishwanath Suman <vishwanath.suman@etvbharat.com>, PRABHA PANDEY <prabha.pandey@etvbharat.com>, Shailendra Kanth <shailendra.kanth@etvbharat.com>, Sunil Kumar <sunil.kumar@etvbharat.com>, Rajeev Kumar <rajeev.kumar@etvbharat.com>, RAJEEV SINGH <rajeev.singh@etvbharat.com>, SUJEET KUMAR JHA <sujeetkumar.jha@etvbharat.com>, Gurminder singh samad <gurminder.samad@etvbharat.com>, Rajesh Kumar <rajeskumar07@gmail.com>, Verghese P <verghese.p@etvbharat.com>, Akhilesh Solanki <akhilesh.solanki@etvbharat.com>, Aziz Ahamed <aziz.ahamed@etvbharat.com>, Vikas Kaushik <vikas.kaushik@etvbharat.com>, Hitesh Vyas <hitesh.vyas@etvbharat.com>, SHIVANGI SINGH <shivangi.singh@etvbharat.com>, Shams Naqui <shams.naqui@etv.co.in>, Sanjay Tripathi <sanjay.tripathi@etvbharat.com>, Dilip Khilrani <dilip.khilrani@etvbharat.com>, SUNIL KUMAR <sunilkumar@etvbharat.com>, Rajesh walia <rajesh.walia@etvbharat.com>, Firdaus Mistri <firdaus.mistri@etvbharat.com>, Dipankar Choudhury <dipankar.c@etv.co.in>, Khursheed Wani <khursheed.wani@etvbharat.com>, Ravi S <ravi.s@etvbharat.com>, Vijay Lad <vijay.lad@etvbharat.com>, Manoj Joshi <manoj.joshi@etvbharat.com>, BISWANATH PRAHARAJ RAJAGURU <rajguru.bp@etvbharat.com>, SARADA LAHANGIR <sarada.lahangir@etvbharat.com>, MNV Prasad <prasad.mnv@etvbharat.com>, Rangarao V <rangarao.v@etv.co.in>, Raja DM <raja.dm@etvbharat.com>, Prince Jebakumar <prince.kumar@etvbharat.com>, Rajesh R <rajesh.r@etvbharat.com>, NARESH J DAVE <nareshdave@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Shravankumar N <shravankumar.n@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Vihar V <vihar.v@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, NageswaraRao GV <nageswararao.gv@etv.co.in>, Bangla Desk <bangladesk@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>, English Desk <englishdesk@etvbharat.com>, Dipankar Bose <dipankar.bose@etvbharat.com>, Biswajit Chatterjee <biswajit.chatterjee@etvbharat.com>

---------- Forwarded message ---------
From: Rajendra N <rajendra.n@etv.co.in>
Date: Thu, Dec 5, 2019 at 7:27 PM
Subject: Fwd: న్యాయం ఎంత సత్వరం?
To: Nishant Sharma <nishant.sharma@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Verghese P <verghese.p@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, Npg npg <npg@etv.co.in>, Shravankumar N <shravankumar.n@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Prasenjit Singh <prasenjit.singh@etv.co.in>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>

Sir
Here I am sending a News analysis  on Quick justice
Pl. look  into the  matter
Rajendra
Last Updated : Dec 22, 2019, 3:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.