ETV Bharat / bharat

ন্যায়াধীশৰ সংখ্যা বৃদ্ধি বিধেয়ক অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ! - ৰঞ্জন গগৈ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সংখ্যা বৃদ্ধিৰ বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বিগত সপ্তাহটোত সদনৰ কাৰ্যক্ৰমনিকাত গৃহীত কৰা হৈছিল উক্ত বিধেয়কখন ৷

ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ !
author img

By

Published : Aug 13, 2019, 10:31 AM IST

নেশ্বনেল ডেস্ক,13 আগষ্টঃ

  • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ
  • 30 ৰ পৰা 33 লৈ বৃদ্ধি কৰা হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা
  • বিগত সপ্তাহটোত সদনৰ কাৰ্যক্ৰমনিকাত গৃহীত কৰা হৈছিল উক্ত বিধেয়কখন
  • বৰ্তমান উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈকে ধৰি সৰ্বমুঠ ন্যায়াধীশৰ সংখ্যা 31 গৰাকী
  • উচ্চ ন্যায়ালয় অথবা সত্ৰ ন্যায়াধীশৰ আদালতত বৃদ্ধি পোৱা গোচৰৰ বাবেই ন্যায়াধীশৰ সংখ্যা 3 অথবা 10 শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ
  • মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে প্ৰধানমন্ত্ৰী মোদীলৈ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ জনোৱা আহ্বানৰ পাচতেই কাৰ্যকৰী কৰা হৈছে এই বিধেয়ক

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সংখ্যা বৃদ্ধিৰ বিধেয়ক খনত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷৷ য'ত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা 30 ৰ পৰা 33 লৈ বৃদ্ধি কৰা হ'ব৷
বিগত সপ্তাহটোত সদনৰ কাৰ্যক্ৰমনিকাত উক্ত বিধেয়কখন গৃহীত কৰা হৈছিল ৷
বৰ্তমান উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়ধীশক ৰঞ্জন গগৈক সংলগ্ন কৰি ন্যায়াধীশৰ সংখ্যা 31 গৰাকী
উচ্চ ন্যায়ালয় অথবা সত্ৰ ন্যায়ধীশৰ আদালতত বৰ্ধিত হাৰত বৃদ্ধি পোৱা গোচৰৰ বাবে বাবেই ন্যায়ধীশৰ ক্ষমতা 3 অথবা 10 শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ
মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে প্ৰধানমন্ত্ৰী মোদীলৈ  ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্ববান জনোৱাৰ পিচতেই কাৰ্যকৰী হৈছে৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.