ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 18 নৱেম্বৰ

চাও আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (18 নৱেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date
author img

By

Published : Nov 18, 2019, 4:03 PM IST

1. 1910 চন- স্বাধীনতা সংগ্ৰামী Badukeswar Duttৰ মৃত্যু ৷ 1929 চনৰ 8 এপ্ৰিলত ভগৎ সিঙৰ সৈতে Central Legislative assemblyত বোমা নিক্ষেপ কৰি আটক হয় ৷

2. 1918 চন- Latvia ৰ স্বাধীনতা ৷ ৰাছিয়াৰ শাসনৰ পৰা আজিৰ দিনটোতে স্বাধীনতা লাভ কৰে Latvia ই ৷
3. 1941 চন- নোবেল বঁটা বিজয়ী খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু ৷

4. 1954 চন- আজিৰ দিনটোতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ ৰঞ্জন গগৈৰ জন্ম হয়।

5. 1967 চন- বিহগী কবি ৰঘুনাথ চৌধাৰীৰ পৰলোক প্ৰাপ্তি হৈছিল আজিৰ দিনটোতে।

6. 1972 চন- অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী জুবিন গাৰ্গৰ জন্ম হয় ।

7. আজি ভাৰতৰ স্থলসেনা দিৱস

8. 1944 চন- The Popular Socialist Youth স্থাপন হয় কিউবাত

9. 1971 চন – ইংলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰে Oman য়ে ৷

10. 1928 চন - আমেৰিকাৰ জনপ্ৰিয় কাৰ্টুন চুটি ছবি Steamboat Willie য়ে মুক্তি লাভ কৰে ৷

11. 1963 চন- Push Button Dialing Pad যুক্ত টেলিফোন মুকলি হয় ৷

Intro:Body:

aajir dintu

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.